কাজিৰঙাত চোৰাং চিকাৰীয়ে হত্যা কৰিলে গঁড়

কাজিৰঙা ২১ এপ্ৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিছে বেয়া খবৰ। কভিড আতংকৰ মাজতে ৰাষ্ট্রীয় উদ্যানখনত নিহত হৈছে এটা গঁড়। চোৰাং চিকাৰীয়ে হত্যা কৰে গঁড়। খড়্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ হয় উদ্যানখনত। দেশৰ লগতে অসমতো কভিড মহামাৰীৰ দ্বিতীয় ঢৌ তাণ্ডৱ চলাই …

মাস্ক পৰিধান নকৰা লোকৰ মাজত মাস্ক বিতৰণ কৰিলে আৰক্ষীয়ে

হাটশিঙিমাৰী  ২০ এপ্ৰিল মাস্ক পৰিধান নকৰা লোকৰ মাজত মাস্ক বিতৰণ কৰিলে আৰক্ষীয়ে।হাটশিঙিমাৰীত মাক্স নিপিন্ধা লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, মাক্স নিপিন্ধা লোকক আৰক্ষীয়ে বিতৰণ কৰিলে মাক্স। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণা আক্রান্ত …

তিনিচুকীয়া জিলাৰ কভিড পৰিস্থিতি পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

তিনিচুকীয়া ১৯ এপ্ৰিল তিনিচুকীয়া জিলাৰ কভিড পৰিস্থিতি পর্যালােচনা কৰাৰ উদ্দেশ্যৰে দেওবাৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ পৌৰাহিত্যত তিনিচুকীয়া জিলা উপায়ুক্তৰ সভাকক্ষত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কভিড সংক্রমণ আৰু এই ক্ষেত্ৰত জিলা প্রশাসনৰ লগতে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে …

প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ দেহাৱসান

গুৱাহাটী ১৮ এপ্ৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ দেহাৱসান। দেওবাৰে দিছপুৰ হাস্পতালত নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। দীৰ্ঘদিন ধৰি দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন। দিছপুৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত দেওবাৰে সন্ধিয়া ৬.২১ মিনিটত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন …

ধেমাজি আৰু লখিমপুৰ জিলাৰ কভিড পৰিস্থিতি পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

গুৱাহাটী ১৮ এপ্ৰিল মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অতিথিশালাত অনুষ্ঠিত এক বৈঠকত লখিমপুৰ আৰু ধেমাজি জিলাৰ সাম্প্রতিক কভিড পৰিস্থিতিৰ বিষয়ে সবিশেষ পর্যালােচনা কৰে। পর্যালােচনা কালত মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সৈতে মত-বিনিময় …

জামিন লাভ কৰিলে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে

নিউজ ডেস্ক ১৭ এপ্ৰিল ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰধান তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে লাভ কৰিলে জামিন। পশু খাদ্য কেলেংকাৰীত অভিযুক্ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা। শনিবাৰে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ …

হাটশিঙিমাৰীত জল জীৱন আঁচনিৰ পৰ্যালোচনা সভা

হাটশিঙিমাৰী ১৬ এপ্ৰিল দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত জল জীৱন মিছনৰ কাম কাজক লৈ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী চক্ৰৰ তত্বাৱধায়ক অভিযন্তা বি এম ৰয় মুখ্য অতিথি …

ৰঙালী বিহুৰ উল্লাসৰ মাজতেই নলবাৰীত শোঁকৰ ছাঁ

আজিজ আলী নলবাৰী ১৫ এপ্ৰিল ৰঙালী বিহুৰ ৰং মাৰ নাযাওতেই নলবাৰী জিলাত পৰিছে শোকৰ ছাঁ। নলবাৰী জিলাৰ শিমলিয়া গাঁৱৰ দাস চুবুৰীৰ ৩২ বছৰীয়া যুৱক কুমুদ দাস যোৱা পৰহি নিজৰ বাইকেৰে গৈ থকা অৱস্থাত মধুপুৰ গাঁৱৰ বৰাখাটত চাইকেল আৰোহী এজনক খুন্দা …

সমগ্ৰ ৰাজ্যজুৰি গৰু বিহু উদযাপন

গুৱাহাটী ১৪ এপ্ৰিল  আজি গৰু বিহু৷ পুৱাৰে পৰা ব্যাপক আয়োজনেৰে গো-দেৱতাৰ প্ৰতি সন্মান জনাই সমগ্ৰ ৰাজ্যজুৰি গৰু বিহু উদযাপন কৰা হৈছে৷ উল্লেখ্য যে, ব’হাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু ৰূপে পালন কৰা হয়৷ পুৱা মাহ হালধিৰে গৰুক নদী বা পুখুৰীত …

ৰমজান উপলক্ষে বজাৰত ইছলাম ধৰ্মাৱলম্বী গ্ৰাহকৰ ভিৰ

দক্ষিণ শালমাৰা  ১৩ এপ্ৰিল অহা কালিৰ পৰা আৰম্ভ হয় ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহ। সম্পূৰ্ণ এটা মাহ মুছলমান লোক সকলে ৰোজা ৰাখি আল্লাহৰ ওচৰত দোৱা কৰিব। ৰোজা উপলক্ষে সমগ্ৰ বিশ্ববাসীৰ লগতে হাটশিঙিমাৰী-মানকাচৰতো ইছলাম ধৰ্মৰ লোক সকলৰ মাজত দেখিবলৈ …