নগাঁৱত মূক-বধিৰ কিশোৰীক অপহৰণৰ চেষ্টা
কুন্দন ভৰালী নগাঁও ২৮ ফেব্ৰুৱাৰী নগাঁৱত চাঞ্চল্যকৰ ঘটনা। এগৰাকী মূক-বধিৰ কিশোৰীক অপহৰণৰ চেষ্টা। প্ৰতিবেশীৰ বিচনাৰ তলত হাত-ভৰি বান্ধি বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কিশোৰী গৰাকী। আৰক্ষী থানাত গোচৰ কিশোৰী গৰাকীৰ পিতৃৰ। নগাঁৱৰ হুজ ৰঙাগড়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এগৰাকী মূক-বধিৰ …