নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ ঘূৰাই অনাৰ দাবীত উত্তাল প্ৰতিবাদ
দক্ষিণ শালমাৰা ২৩ ফেব্ৰুৱাৰী দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয়ত মঙলাবাৰে জিলা নতুন পেঞ্চন আঁচনি (এন পি এছ) কৰ্মচাৰী সন্থাই কৰ্ম বিৰতি পালন। নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ ঘূৰাই অনাৰ দাবী তুলি কৰ্ম বিৰতি কাৰ্যসূচী …