নগাঁৱত বুজন পৰিমাণৰ নিচাজাতীয়া ঔষধ জব্দ
কুন্দন ভৰালী নগাঁও ৫ ফেব্ৰুৱাৰী ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত নগাঁও আৰক্ষীৰ অভিযান। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত পুনৰ জব্দ হৈছে বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ। আৰক্ষীয়ে এজন লোকৰ ঘৰৰ পৰা জব্দ কৰিছে নিচাজাতীয় ঔষধখিনি। নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। নগাঁও আৰক্ষীয়ে …