নগাঁৱত বন্ধ হ’ব পাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণ
কুন্দন ভৰালী নগাঁও ২৮ জানুৱাৰী অহা মাহৰ পৰা নগাঁৱত বন্ধ হ’ব পাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ চাউল বিতৰণ। নগাঁও জিলা সমবায় সমিতি সন্থাৰ কঠোৰ সিদ্ধান্ত। চৰকাৰে আদায় দিয়া নাই সমবায়ৰ কমিছনৰ ৩৭ কোটি টকা। অহা মাহৰ পৰা নগাঁৱত বন্ধ হ’ব পাৰে …