আমছুৰ পূৱ গোসাঁইগাঁও আঞ্চলিক শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২৯ নৱেম্বৰ সংখ্যালঘু সম্প্ৰদায় লক্ষ্যবিহীন সম্প্ৰদায় হ’ব ধৰিছে। সকলোৱে কেৱল সংখ্যালঘু সম্প্ৰদায়ক ব্যৱহাৰ কৰিব বিচাৰে। আজি নিৰ্বাচন আহিছে, সেয়ে এই সম্প্ৰদায়টোৰ গুৰুত্ব বাঢ়িছে। নিৰ্বাচন উকলিব আৰু সংখ্যালঘু ৰাইজৰ গুৰুত্ব নাইকীয়া হ’ব। কাৰণ আমি লক্ষ্যবিহীন। গতিকে গুণগত …

দক্ষিণ কামৰূপৰ সোণতলীত কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠ জব্দ

ফজলুৰ ৰহমান সোণতলী ২৯ নৱেম্বৰ দক্ষিণ কামৰূপৰ সোণতলীত কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠ জব্দ। সোণতলীৰ পুৰাণগাঁৱত নম্বৰবিহীন ডিআই গাড়ীসহ মূল্যবান কাঠ জব্দ। কাঠ কঢ়িয়াই নিয়ে ডিআই গাড়ীখনৰ চালক দুর্ঘটনা সংঘটিত কৰি পলায়ন। দেওবাৰে পুৱতি নিশা দক্ষিণ কামৰূপৰ বকোৰ ভালুকঘাটাৰ পৰা …

মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দেশৰ সবাতোকৈ উন্নতি হোৱা বৃহৎ ৰাজ্যৰ তালিকাৰ শীৰ্ষত অসম

গুৱাহাটী ২৯ নৱেম্বৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দেশৰ সবাতোকৈ উন্নতি হোৱা বৃহৎ ৰাজ্যৰ তালিকাৰ শীৰ্ষত অসম। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অসম উন্নয়নৰ দিশত আগুৱাই যাবলৈ বিশেষ ভাৱে সক্ষম হৈছে। ৰাষ্ট্ৰীয় আলোচনী ‘ইণ্ডিয়া টুডে’ৰ সমীক্ষাত দেশৰ সবাতোকৈ উন্নতি হোৱা বৃহৎ ৰাজ্যৰ …

স্বাধীকাৰ দাবীত একেখন মঞ্চত মিলিত হ’ল দুকুৰিৰো অধিক সংগঠন

গুৱাহাটী ২৮ নবেম্বৰ স্বাধীকাৰ দাবীত একেখন মঞ্চত মিলিত হ’ল দুকুৰিৰো অধিক সংগঠন। প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈ চৰকাৰক ৩১ ডিচেম্বৰলৈ সময়সীয়া জনগোষ্ঠীয় সমন্বয় পৰিষদ,অসমৰ।গুৱাহাটীত অনুষ্ঠিত হ’ব বিশাল সংগ্ৰামী সমাবেশ। স্বাধিকাৰ দাবীত একেখন মঞ্চত মিলিত হ’ল দুকুৰিৰো অধিক সংখ্যালঘু সংগঠন। ব্যাপক প্ৰবজনৰ বাবে …

বিজেপিৰ কাৰ্যকালত বন্ধ হৈছে মুছলমান-আদিবাসী হত্যাযজ্ঞ : মুক্তাৰ হুছেইন খান

আজিজুল হক বৰপেটা  ২৮ নৱেম্বৰ “বিজেপিৰ কাৰ্যকালত বন্ধ হৈছে মুছলমান হত্যাযজ্ঞ। আদিবাসী লোকসকলো শান্তিত থাকিব পাৰিছে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকে শান্তি-সম্প্ৰীতি বিচাৰে যিটো বিজেপিৰ দিনত সম্ভৱ হৈছে। বিজেপিৰ কাৰ্যকালত মুছলমান সকল অধিক সুৰক্ষিত অনুভৱ হৈছে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থকা …

চাৰি লাখ নকল টকাৰ লোভত মহিলাই হেৰুৱালে দুই লাখ আচল টকা

মুস্তক আহমেদ জুৰীয়া ২৮ নৱেম্বৰ লোভত পৰি মহিলাই হেৰুৱালে দুই লাখ টকা। চাৰি লাখ নকল টকাৰ লোভত মহিলাই হেৰুৱালে দুই লাখ আচল টকা। নকল টকাৰ লোভ দিয়া প্ৰৱঞ্চকক আটক কৰিলে ৰাইজে। প্ৰৱঞ্চক বৰ্তমান ৰঙা ঘৰৰ আলহী। নগাঁও জিলাত অধিক লাভৰ …

প্ৰেমিকৰ ঘৰৰ চোতালত প্ৰেমিকৰ অপেক্ষাত প্ৰেমিকা

মুস্তাক আহমেদ জুৰীয়া ২৮ নৱেম্বৰ প্ৰেমিকা উপস্থিত প্ৰেমিক গাঁওবুঢ়াৰ ঘৰত। প্ৰেমিকাৰ উপস্থিতিৰ উমান পাই পলাই পত্ৰং দিলে প্ৰেমিক গাঁওবুঢ়াৰ৷ চৰকাৰী গাঁওবুঢ়াৰ প্ৰেমিকৰ ঘৰত লাগিল হাহাকাৰ। উপায়হীন প্ৰেমিকাই প্ৰেমিকৰ অপেক্ষাত জুৰীয়াৰ জেঙনিত প্ৰেমিকৰ ঘৰৰ চোতালতে বহি অপেক্ষা কৰিছে প্ৰেমিকৰ৷ গাওঁবুঢ়াৰ প্ৰেমত হাবুডুবু …

সমউন্নয়ণ আৰু সমবিকাশৰ স্বাৰ্থত একেখন মঞ্চতে একত্ৰিত হ’ল বিটিআৰ ১৬ টা জনগোষ্ঠীয় সংগঠন

বাক্সা ২৮ নৱেম্বৰ সমউন্নয়ণ আৰু সমবিকাশৰ স্বাৰ্থত একেখন মঞ্চতে একত্ৰিত হ’ল বিটিআৰ ১৬ টা জনগোষ্ঠীয় সংগঠন। শনিবাৰে দিনৰ ১১ বজাৰ পৰা তামুলপুৰৰ ঘগ্ৰাচকৰ বাকৰিত ১৬ টা জনগোষ্ঠীৰ সংগঠনে মিলি এক বিশাল জনসভাৰ আয়োজন কৰে। সভাত সকলো সংগঠনৰ মুৰব্বীয়ে এক মুখেৰে …

মুখ্যমন্ত্ৰীক তুলাধুনা এজন যুৱনেতাৰ

জোনমণি বেগম বিশ্বনাথ ২৮ নৱেম্বৰ মুখ্যমন্ত্ৰীক তুলাধুনা এজন যুৱনেতাৰ। বিদেশীক সংস্থাপনৰ বাবে স্বদেশীক গুলিয়াই হত্যা কৰা এইখন প্ৰথম চৰকাৰ। ইতিহাস নাজানে মূখ্যমন্ত্ৰীয়ে। কেলেংকাৰী ঢাকিবৰ বাবে মোগলক আজুৰিছে মুখ্যমন্ত্ৰীয়ে। বিশ্বনাথত গঠন কৰা হ’ল ৰাইজৰ দলৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতি। বিশ্বনাথ চাৰিআলিস্থিত …

কংগ্ৰেছ দলৰ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ জয় নিশ্চিতঃ খাইৰুল আনাম খন্দকাৰ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২৭ নৱেম্বৰ বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ২ নং ভোমৰাবিলত এআইইউডি এফ দলৰ কৰ্মী সভা। সভাত উপস্থিত থাকি ইউডিএফ দলৰ গোসাইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি খাইৰুল আনাম খন্দকাৰৰ দাবী কংগ্ৰেছ দলৰ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ জয় …