তন্ত্ৰ মন্ত্ৰৰ নামত ঘৰৰ মালিকক ব্লেকমেইলিং কৰাৰ অভিযোগ ভাড়াতীয়া পৰিয়ালৰ বিৰুদ্ধে
কুন্দন ভৰালী নগাঁও ১০ ফেব্ৰুৱাৰী নগাঁৱত চাঞ্চল্য। তন্ত্ৰ মন্ত্ৰৰ নামত ঘৰৰ মালিকক ব্লেকমেইলিং কৰাৰ অভিযোগ ভাড়াতীয়া পৰিয়ালৰ বিৰুদ্ধে। আৰক্ষীৰ জালত ব্লেকমেইলিংৰ অভিযুক্ত পৰিয়াল। নগাঁৱত সংঘটিত হৈছে তন্ত্ৰ মন্ত্ৰৰ নামত ভাড়াঘৰৰ মালিকক ব্লেকমেইলিং কৰাৰ ঘটনা। নগাঁৱৰ কঁচুলখোৱাৰ পংকজ কুমাৰ বৰ্মন নামৰ …