চৰ-চাপৰিত ভূ-মাফিয়াৰ গুণ্ডাৰাজ

মুস্তাক আহমেদ জুৰীয়া ৩১ অক্টোবৰ চৰ-চাপৰিত এতিয়া চলিছে ভূ-মাফিয়াৰ গুণ্ডাৰাজ। ভূ-মাফিয়াৰ দপদপনিয়ে নিদ্ৰা হৰিছে চৰ-চাপৰিবাসীৰ। লাওঁখোৱা চৰ-চাপৰি আৰক্ষী থানা এলেকাৰ আৰিমাৰি চৰত ভূ-মাফিয়াক গ্ৰেপ্তাৰৰ দাবীত ৰাইজৰ কৰিলে প্ৰতিবাদ। ‌দীৰ্ঘদিন ধৰি নগাঁও জিলাৰ লাওখোৱা চৰ-চাপৰি অঞ্চলত ছমেদ আলী নামৰ এজন ভূ-মাফিয়াই …

বিজেপিক ৫ নৱেম্বৰ পৰ্যন্ত সময় দিলে আম আদমী পাৰ্টীয়ে

ছৰফৰাজ খান গুৱাহাটী ৩১ অক্টোবৰ বিজেপিক ৫ নৱেম্বৰ পৰ্যন্ত সময় দিলে আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতিয়ে। ৫ নৱেম্বৰৰ।পিছত ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আম আদমী পাৰ্টীৰ। শনিবাৰে গণেশগুৰিৰ ৰাজপথ কপালে আম আদমী পাৰ্টীয়ে। আম আদমী পাৰ্টীৰ অৰ্ধ শতাধিক …

বঙাইগাঁৱত বোমাতাংক

বঙাইগাঁও ৩১ অক্টোবৰ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩ নং বাশবাৰীত বোমাতাংক। বোমাৰ শব্দত আতংকিত ৰাইজ। বিস্ফোৰণস্থলীত বাৰুদ, তাঁৰ আদি উদ্ধাৰ। বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩ নং বাশবাৰী শনিবাৰে পুৱতি নিশা খগেন চন্দ্ৰ মণ্ডল নামৰ এজন ব্যক্তিৰ ঘৰৰ পুখুৰীৰৰ পাৰত ৰাইজে বোমাৰ বৃহৎ …

মাঞ্জা আৰক্ষীৰ জালত বিলাসী বাহনসহ চাৰি দূৰ্ধৰ্ষ গাড়ীচোৰ

ডিফু ৩০ অক্টোবৰ মাঞ্জা আৰক্ষীৰ বৃহৎ সাফল্য। বিলাসী বাহনসহ আটক কৰিলে চাৰি দূৰ্ধৰ্ষ গাড়ীচোৰক। গাড়ী চুৰিচক্ৰৰ চাৰিও সদস্য মণিপুৰৰ। গুৱাহাটীৰ ল’জত বাহৰ পাতি চক্ৰটোৱে নিয়ন্ত্ৰণ কৰে গাড়ী চুৰিৰ সমগ্ৰ কাৰ্য। আন্তৰাজ্যিক গাড়াচোৰ চক্রৰ বিৰুদ্ধে শেহতীয়াকে এক বিশেষ আভযানৰ নেতৃত্ব দিয়া …

তুৰ্কী আৰু গ্ৰীচত ভয়াবহ ভূমিকম্পৰ জোকাৰণী

নিউজ ডেস্ক ৩০ অক্টোবৰ প্ৰৱল ভূমিকম্পই জোকাৰি গ’ল তুৰ্কী আৰু গ্ৰীচক। তুৰ্কীৰ ইনজমিৰ চহৰৰ পৰা ১৭ কিলোমিটাৰ দূৰত্বত ৭.০ প্ৰাৱল্যত অহা তীব্ৰ ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰিছে তুৰ্কীত। ইনজমিৰ চহৰৰ বহু অট্টালিকা তাচ পাতৰ দৰে খহি পৰে। শুকুৰবাৰে তুৰ্কী আৰু …

কলগাছিয়াত ভয়াবহ অগ্নিকাণ্ড

কলগাছিয়া ৩০ অক্টোবৰ কলগাছিয়াত ভয়াবহ অগ্নিকাণ্ড। জুইত সম্পূৰ্ণৰূপে জাহ গ’ল এটা বাসগৃহ। তিনি লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত। কথমপি ৰক্ষা পৰিল আন কেইবাটাও বাসগৃহ। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱত শুকুৰবাৰে সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ড। আলাউদ্দিন নামৰ এজন …

উদ্ধৱ দেউৰীয়ে এইবাৰ সাজি উলিয়াইছে এটা মাকৈ বীজ ৰোপণ যন্ত্ৰ

অলি উল্লাহ খান লাহৰীঘাট ৩০ অক্টোবৰ মৰিগাঁও জিলাৰ দীঘলবড়ি গাঁৱৰ উদ্ধৱ দেউৰী নামৰ এগৰাকী যুৱ কৃষক। কৃষক উদ্ধৱ দেউৰীয়ে কৃষি ক্ষেত্ৰত ব্যৱহৃত ইটোৰ পিছত সিটো যন্ত্ৰ সাজি উলিয়াই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। যুৱ কৃষক উদ্ধৱ দেউৰীয়ে এইবাৰ সাজি উলিয়াইছে এটা …

চামগুৰিত অব্যাহত আছে চোৰৰ সন্ত্রাস

নৱজোতি বৰুৱা চামগুৰি ৩০ অক্টোবৰ চামগুৰিত অব্যাহত আছে চোৰৰ সন্ত্রাস। নিশা হ’লেই ওলাই আহে চোৰৰ দল। চোৰাৰ সন্ত্ৰাসে নিদ্ৰা হৰিছে চামগুৰিবাসীৰ। প্ৰতিনিশাই সংঘটিত হৈ আছে চুৰিকাণ্ড। চোৰ ধৰাত বিফল চামগুৰি আৰক্ষী। নগাঁও জিলৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি ব্যাপক হাৰত …

এইবাৰ নুৰুল হুদাৰ দুৰ্নীতিৰ স্বৰূপ উদঙালে জুৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাই

মুস্তাক আহমেদ জুৰীয়া ৩০ অক্টোবৰ আঁচনিত অনিয়ম। এইবাৰ নুৰুল হুদাৰ দুৰ্নীতিৰ স্বৰূপ উদঙালে জুৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাই। সংবাদমেল পাতি ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে সৰৱ জুৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা। উত্তৰ নগাঁৱৰ জুৰীয়া, ৰূপহীহাটত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত …

কেন্দ্ৰীয় চৰকাৰৰ অধীনত শিৱসাগৰত স্থাপন হ’বলগীয়া আইকণিক চাইটৰ মিউজিয়ামৰ ভূমি হস্তান্তৰ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৯ অক্টোবৰ চলিত বছৰৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে অসমকে ধৰি দেশৰ পাঁচ ৰাজ্যৰ পাঁচখন ঠাই আইকণিক ছাইটৰূপে ঘোষণা কৰি প্ৰতিটো ঠাইতে একোটাকৈ উন্নত মানদণ্ডৰ মিউজিয়াম স্থাপনৰ ঘোষণা কৰিছিল। উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, গুজৰাট, …