বৰপেটাত কৰ’ণা মহামাৰীকলৈ প্ৰশাসনৰ সপ্তাহযোৰা ব্যাপক জন-সজাগতা অভিযান
আজিজুল হক বৰপেটা ২৮ অক্টোবৰ কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ আচৰণগত পৰিবৰ্তনৰ আৱশ্যকতাৰ সম্পৰ্কে বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত সমগ্ৰ জিলাখনতে বুধবাৰৰ পৰা বিশেষ সজাগতা অভিযান আৰম্ভ কৰা হৈছে। সাত দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অভিযানৰ পুৱা ৯ বজাত বৰপেটাত …