বিজেপিয়ে সৃষ্টি কৰা সভ্যতাৰ সংজ্ঞাৰ সৈতে অসমীয়া নাই : লুৰিণজ্যোতি গগৈ
আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰৰ ১৯ অক্টোবৰ বিজেপিৰ সভ্যতাৰ সংজ্ঞাক নসাৎ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ৷ বিজেপিয়ে সৃষ্টি কৰা সভ্যতাৰ সংজ্ঞাৰ সৈতে অসমীয়া নাই। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ দিন ওকলিল বুলিও বিস্ফেৰক মন্তৰ্ব্য লুৰিণজ্যোতি গগৈৰ৷ সোমবাৰে শিৱসাগৰ জিলা ছাত্ৰ …