অগপ ত্যাগ কৰিলে দ্বীপজ্যোতি দাসে

ফজলুৰ ৰহমান সোণতলী ১৫ অক্টোবৰ বৰ্তমান বকো সমষ্টিত অগপ দলৰ কৰ্মী শূন্য৷ অগপ দলে অসমৰ জনতাৰ লগত কৰা বিশ্বাসঘাটকতাৰ বাবেই অগপ’ৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈ পৰিছে৷ অসমৰ ৰাইজৰ লগত কৰা বিশ্বাসঘাটকতাৰ ফল ভোক কৰিবই লাগিব অগপ৷ অগপ ত্যাগ কৰি …

আদৰ্শ কেন্দ্ৰ হিচাপে উদ্বোধন ৩২ নং ক্ষুদ্ৰফালাদি অংগনবাদী কেন্দ্ৰ

আজিজুল হক বৰপেটা  ১৪ অক্টোবৰ বুধবাৰে সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ  ব্যাসকুছিৰ ৩২ নং অংগনবাদী কেন্দ্ৰটো আদৰ্শ কেন্দ্ৰ হিচাপে শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে ব্যাসকুছি ভট্টদেৱ মিলন সমিতিৰ সভাপতি তথা ব্যাসকুছি  হাইস্কুলৰ বিজ্ঞান শিক্ষক খঞ্জন ডেকাই। উক্ত অনুষ্ঠানৰ …

ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টি দখল কৰাৰ সপোন বিজেপিৰ

আনিছুৰ আলী গৌৰীপুৰ ১৪ অক্টোবৰ ধুবুৰী জিলা বিজেপিৰ চতুৰ্থ কাৰ্যনিৰ্বাহক সভা। ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ সমষ্টি দখল কৰাৰ সপোন বিজেপিৰ। দলীয় কৰ্মী সকলক অধিক সজাগ হ’বলৈ আহ্বান ধুবুৰী জিলা বিজেপিৰ শীৰ্ষ নেতা সকলৰ। সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি …

বিটিআৰ শান্তি চুক্তিক অৱজ্ঞা কৰা আৰু পাহৰি যোৱা অনুচিত : সৰ্বানন্দ সোণোৱাল

গোপাল প্ৰসাদ কোকৰাঝাৰ ১৪ অক্টোবৰ বিটিআৰ চুক্তিয়ে শান্তি-সম্প্ৰতি আৰু উন্নয়নৰ ক্ষেত্ৰত এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে। এই চুক্তিৰ যোগেদিয়ে বিটিএডিৰ উজ্বল ভৱিষ্যত ৰচিত হ’ব। বিটিআৰ শান্তি চুক্তিক অৱজ্ঞা কৰা আৰু পাহৰি যোৱাটো কোনো কাৰণতে উচিত নহয়। বিটিআৰ চুক্তিকলৈ কোকৰাঝাৰত মুখ্যমন্ত্ৰী …

তিনিদিনীয়া চাঞ্চল্যৰ যৱনীকা পৰিল চামগুৰিৰ অভিশপ্ত নীলাপানী হ্ৰদত

নৱজ্যোতি বৰুৱা চামগুৰি ১৪ অক্টোবৰ অৱশেষত তিনিদিনীয়া চাঞ্চল্যৰ যৱনীকা পৰিল চামগুৰিৰ অভিশপ্ত নীলাপানী হ্ৰদত। বুধবাৰে দুপৰীয়া স্থানীয় ৰাইজে হ্ৰদৰ পানীত প্ৰত্যক্ষ কৰে সন্ধানহীন যুৱকজনৰ মৃতদেহ। আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে হ্ৰদৰ পানীৰ পৰা উদ্ধাৰ কৰিলে বিকি কলিতাৰ মৃতদেহ। …

কমলা কলিতাক নালাগে পলাশবাৰীৰ শ্বহীদ পৰিয়ালক

পলাশবাৰী  ১৪ অক্টোবৰ “কমলা কলিতা কোন?, কমলা কলিতাক আমি চিনি নাপাও”, “অগপক পলাশবাৰীত মাৰি পেলোৱা নেতা কমলা কলিতাক আমাক নালাগে, আমাক লাগে অগপক জীয়াই তোলা নেতা পংকজক” “কোনো কাৰণতে ক্ষমতা লোভী কমলা কলিতাক পলাশবাৰীৰ ৰাইজে নিবিচাৰে” অগপ নেতা কমলা কলিতাকলৈ …

দক্ষিণ শালমাৰাত পুনৰ যন্ত্ৰচালিত নাওঁসহ বৃহৎ সংখ্যক পশুধন জব্দ 

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী  ১৪ অক্টোবৰ দক্ষিণ শালমাৰাত অব্যাহত আছে পশুধনৰ চোৰাং বেহা। মঙলবাৰে পুনৰ দক্ষিণ শালমাৰাত ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীত নাওঁসহ বৃহৎ সংখ্যক পশুধন জব্দ কৰে আৰক্ষীয়ে। বাংলাদেশলৈ চোৰাংভাৱে পশুধন চালান দিয়াৰ চেষ্টা চলাওতে আৰক্ষীয়ে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ …

আজিও সন্ধান নোলাল বিকি কলিতাৰ

নৱজ্যোতি বৰুৱা চামগুৰি ১৩ অক্টোবৰ বিগত তিনিদিন ধৰি অব্যাহত আছে অভিযান কিন্ত বৰ্তমানেও নিখোজ হৈ আছে বিকি কলিতা। নীলাপানী হ্ৰদৰ পৰা ক’ত গ’ল বিকি কলিতা? পৰিয়ালৰ দাবী এন ডি আৰ এফ বাহিনীৰ দলে পাৰিব উদ্ধাৰ কৰিব। নগাঁও জিলাৰ চামগুৰিৰ নীলাপানীৰ …

মোগল কোন কোন ? বুজাই দিলে মমিনুল আৱালে

গুৱাহাটী ১৩ অক্টোবৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণ, “অসমত মোগলৰ আগ্ৰাসন চলি আছে। আমি মোগলৰ আগ্ৰাসন প্ৰতিহত কৰিব লাগিব”। মুখ্যমন্ত্ৰীৰ এই মোগল আগ্ৰাসনৰ ভাষণ পিছতে সকলোৱে বিচাৰি ফুৰিছে অসমৰ মোগল কোন ? অৱশেষত অসমৰ মোগলক চিনাকি কৰাই দিবলৈ ওলাই আহিল বিজেপিৰ …

এফ চি আইৰ গোদামক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ অৱস্থান ধৰ্মঘট

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ  ১৩ অক্টোবৰ শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনা প্ৰৱন স্থানত থকা খাদ্য নিগমৰ ভৰালক লৈ বিতৰ্ক৷ এফ চি আইৰ গোদামৰ নীতি বিৰোধ কর্মক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ অৱস্থান ধৰ্মঘট। প্ৰতিস্থিত ব্যৱসায়ীৰ লগত ঘনিষ্ঠ …