মহানগৰীৰ মাজমজিয়াত বনৰীয়া গাহৰিৰ সন্ত্ৰাস

গুৱাহাটী ৮ জুলাই ৰাষ্ট্রীয় উদ্যান অথবা অভয়াৰণ্যৰ কাষৰীয়া অঞ্চল নহয়, গুৱাহাটী মহানগৰীৰ মাজমৰিয়াত শনিবাৰ চলিল বনৰীয়া গাহৰিৰ সন্ত্ৰাস। মহানগৰীৰ আমবাৰী অঞ্চলত দিনটো সন্ত্ৰাস চলালে বনৰীয়া গাহৰিয়ে। গাহৰিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ’ল চাৰি জনকৈ লোক। গুৱাহাটীৰ আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত শনিবাৰে …

১ ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব নিয়মীয়া পাঠদান

গুৱাহাটী ৮ আগষ্ট ১ ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব নিয়মীয়া পাঠদান।বিশ্ববিদ্যালয়খনৰ হোষ্টেলসমূহো খুলি দিয়াৰ সিদ্ধান্ত লৈছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে জাৰি কৰিছে এখন জাননী। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীযোগে ছেপ্টেম্বৰৰ ১ তাৰিখৰ পৰা হোষ্টেলসমূহ খোলাৰ লগতে ২২ ছেপ্টেম্বৰৰ …

মছজিদত উদ্ধাৰ কেকু সাপ

আব্দুল হক নগৰবেৰা  ৮ আগষ্ট বৰপেটা জিলাৰ পাঠিমাৰীত মছজিদত উদ্ধাৰ কেকু সাপ। ৰাইজে কেকু সাপটো উদ্ধাৰ কৰি চমজাই দিলে আৰক্ষীক। বিগত কেইবাদিন ধৰি মছজিদত আছিল সাপটো। বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পাঠিমাৰীৰ নুৰী মছজিদত শনিবাৰে উদ্ধাৰ হয় এটা কেকু …

তিনিচুকীয়াত ডিঙি কটা অৱস্থাত উদ্ধাৰ সাংবাদিকৰ মৃতদেহ

তিনিচুকীয়া ৮ আগষ্ট তিনিচুকীয়াত ডিঙি কটা অৱস্থাত এগৰাকী সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।তিনিচুকীয়াৰ ন-পুখুৰীত থকা কার্যলয়ৰ ভিতৰতে বীজেন দ্বীপ নামৰ সাংবাদিক গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। সাংবাদিক বীজেন দ্বীপৰ মৃতদেহ কার্যলয়ৰ ভিতৰত এইদৰে ডিঙি কটা অৱস্থাত উদ্ধাৰ …

অসম পশুধন নিগমৰ উদ্যোগত আত্মনিৰ্ভৰ অসমৰ আধাৰত গুৱাহাটীত স্বাস্থ্যসন্মত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ বিপনী মুকলি মন্ত্ৰী অতুল বৰাৰ

গুৱাহাটী  ৭ আগষ্ট অসম চৰকাৰৰ আত্মনিৰ্ভৰ অসম কাৰ্যসূচীৰ আধাৰত অসম পশুধন নিগমে আৰম্ভ কৰা ‘পথাৰো আমাৰ বজাৰো আমাৰ’ শীৰ্ষক পদক্ষেপ অনুসৰি শুকুৰবাৰে গুৱাহাটীৰ বামুণীমৈদামৰ অনুৰাধা চিনেমা হ’লৰ সমীপত এখনি স্বাস্থ্যসন্মত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ বিপনী মুকলি কৰে অসম চৰকাৰৰ কৃষি …

উৎকোচ নিদিলে আচামী গ্ৰেপ্তাৰ নকৰে মানকাচৰ আৰক্ষী : দোষীক কৰায়ত্ত কৰাৰ দাবীত মহিলাসহ গঞাৰ প্ৰতিবাদ

হাটশিঙিমাৰী ৭ আগষ্ট মোটা অংকৰ ধন উৎকোচ নিদিলে আচামী গ্ৰেপ্তাৰ নকৰে মানকাচৰ থানাৰ আৰক্ষী। আৰক্ষীৰ ওপৰত এনে গুৰুত্বৰ অভিযোগ তুলি দোষীক কৰায়ত্ত কৰাৰ দাবীত মানকাচৰৰ নামাৰ গাঁৱত ৰাইজৰ প্ৰতিবাদ। মানকাচৰ আৰক্ষী মূর্দাবাদ, আচামী মজনু মিঞা আৰু মধু মিঞাক অতি শীঘ্ৰে …

সংখ্যালঘু ছাত্ৰবৃত্তি ধনৰ দুৰ্নীতিৰ লগত জড়িত চাৰিজনকৈ লোক আৰক্ষীৰ জালত

ফজলুৰ ৰহমান  সোণতলী ৭ আগষ্ট সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত কৰা কোটি টকীয়া কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত দক্ষিণ কামৰূপৰ সোণতলীৰ চাৰি অপৰাধী আৰক্ষীৰ জালত। বৃহস্পতিবাৰে সোণতলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি কৰা চাৰিজন লোকক৷ দক্ষিণ কামৰূপৰ সোণতলী, ৰঙাপানী, ডেকাচাং, কালাতলী, মালিবাৰী, …

চোৰাং কাঠ ব্যৱসায়ীৰ পৰা মাহেকত বামুণীগাঁৱৰ বনাঞ্চলিক বিষয়া কুশল দাসে ২০ হেজাৰ টকাকৈ লোৱাৰ অভিযোগ ৰাভা ছাত্ৰ সন্থাৰ

ছয়গাঁও ৭ আগষ্ট ৰাভা ছাত্ৰ সন্থাৰ গুৰুত্বৰ অভিযোগ, চোৰাং কাঠ ব্যৱসায়ীৰ পৰা বামুণীগাঁৱৰ বনাঞ্চলিক বিষয়া কুশল দাসে মাহেকত ২০ হেজাৰ টকাকৈ লয়। কুশল দাসৰ নেতৃত্বত চলে ছয়গাঁৱৰ বিভিন্ন অঞ্চলত চোৰাং কাঠৰ বেহা। অঞ্চলটোৰ চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই ৰাভা …

গোহালি ঘৰৰ পৰা শিক্ষাৰ যাত্ৰা আৰু কৰ’ণা ভাইৰাছৰ প্ৰভাৱ

হাস্না বেগম গুৱাহাটী  ৬ জুলাই মহানগৰীৰ গড়চুকৰ গড়ভাঙাস্থিত এখন বিশেষ বিদ্যালয়। ৮০০ টকা মূলধনেৰে গোহালি ঘৰত ৪ জন ছাত্ৰ-ছাত্ৰীকলৈ উত্তম টেৰণ নামৰ এজন যুৱকে আৰম্ভ কৰিছিল এই বিশেষ বিদ্যালয়। উত্তম টেৰণৰ কঠোৰ পৰিশ্ৰমৰ ফলত গোহালি ঘৰৰ পৰা আৰম্ভ হোৱা বিদ্যালয়খন …

এ আই ইউ ডি এফ মূর্দাবাদ ধ্বনিৰে উত্তাল নাওবৈচা

ইনজা মামুল হক চৌধুৰী লখিমপুৰ ৬ আগষ্ট লখিমপুৰ জিলাৰ নাওবৈচাত এ আই ইউ ডি এফ মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ। পথৰ ওপৰত টায়াৰ আৰু বিধায়কৰ পুত্তলিকা দাহ কৰি ক্ষোভ উজাৰিলে ৰাইজে। বিধায়কৰ বিৰুদ্ধে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ। লখিমপুৰ জিলাৰ …