নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল
কুন্দৰ ভৰালী নগাঁও ১০ জুলাই নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ। নগাঁৱত নিচা জাতীয় সমগ্ৰীৰ প্ৰচলনৰ বিৰুদ্ধে আছুৰ মানৱ শৃংখল। ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত নগাঁৱত নিচা জাতীয় সমগ্রীৰ বেহাৰ লগতে তীৰৰ বেহা চলি থকাৰ অভিযোগ আছুৰ। নগাঁও জিলাত দিনক দিনে বৃদ্ধি …