এগৰাকী মডেলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে কভিড চিকিৎসালয়ৰ কৰ্তৃপক্ষই

কুন্দন ভৰালী নগাঁও ৭ জুলাই এগৰাকী মডেল তথা অভিনেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল। কভিড চিকিৎসালৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগত দাখিল কৰা হ’ল এজাহাৰ। কভিড চিকিৎসালত ভৰ্তি হৈ থকাৰ মুহূৰ্তত মডেল গৰেকীয়ে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল নিজৰ টুইটাৰ একাউন্টত। ৰোগীক ব্যৱহাৰৰ …

দৰিদ্ৰৰ বাবে সাহায্য হিচাপে চি এছ ঘোষ, এফ আই টি আৰু এন ই এফ আই টিৰ ৫০ কোটি টকা

গুৱাহাটী ৭ জুলাই বিশ্ব ত্ৰাস মহামাৰী কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সম্প্ৰতি সমগ্ৰ দেশত চলি থকা লক ডাউনৰ পৰিপ্ৰেক্ষিতত জনজীৱন স্তব্ধ হৈ পৰিছে৷ সাধাৰণ তথা মধ্যবিত্ত পৰিয়াল সমূহৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ লকডাউনৰ বাবে আৰ্থিক সংকটত পৰা পৰিয়ালসমূহক সহায় …

জলজলি নদীৰ কোপদৃষ্টি এখন বজাৰৰ ওপৰত

আব্দুল হক নগৰবেৰা  ৭ জুলাই মালিবাৰী পথাৰ বজাৰৰ ওপৰত কোপদৃষ্টি পৰিছে জলজলি নদীৰ। ইতিমধ্যে জলজলি নদীৰ বুকুত জাহ গৈছে বজাৰখনৰ বৃহৎ ভূমি। বছৰৰ পিছত বছৰ ধৰি খহনীয়াৰ কবলত পৰা বজাৰখন ৰক্ষাৰ বাবে কোনো গুৰুত্ব নাই চৰকাৰ তথা জিলা প্ৰশাসনৰ। কামৰূপ …

অসম-মেঘালয় সীমান্তত বনৰীয়া হাতীৰ সন্ত্ৰাস

বকো ৬ জুলাই কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী হাহিমত বনৰীয়া হাতীৰ সন্ত্ৰাস। যোৱা কিছুদিন ধৰি হাহিমৰ বিভিন্ন অঞ্চলত এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই নিন্দ্ৰা হৰিছে হাহিমবাসীৰ। ৰাজ্যত প্ৰায়ে দেখিবলৈ পোৱা যায় হাতী-মানুহৰ সংঘাত। হাতী-মানুহৰ সংঘাতত কেতিয়াবা যদি …

নিচা জাতীয় দ্ৰৱ্য বিৰোধী অভিযানত নয়াহাট আৰক্ষীৰ বৃহৎ সাফল্য

আনিছুৰ আলী গৌৰীপুৰ ৬ জুলাই ইপিনে বানপানী আদিৰ মোকাবিলাৰ লগতে ৰাইজক ৰক্ষনাবেক্ষণ দিয়াটো আৰক্ষী প্ৰশাসনৰ যে নৈতিক দায়িত্ব তথা কৰ্তব্য সেয়া সজোৰে প্ৰতিপন্ন কৰি দেখুৱাবলৈ সক্ষম হৈছে , ইপিনে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত নয়াহাট আৰক্ষীয়ে। কিছুদিন পূৰ্বে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ …

তীৰৰ বেহাৰ লগত জড়িত বিজেপি কর্মী জেললৈ

কুন্দন ভৰালী নগাঁও ৫ জুলাই নগাঁৱত তীৰৰ বেহাৰ লগত জড়িত বিজেপি কৰ্মীক জেললৈ প্ৰেৰণ। তীৰৰ বেহাৰ লগত জড়িত বিজেপি কর্মী পিংকু ঘোষসহ সাতজন আৰক্ষীৰ জালত। ৰাজ্যত মহামাৰী কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতো কিছুমান অসাধু লোকে চলাই আছে বিভিন্ন অবৈধ …

শাসকীয় পক্ষৰ ৰাজনৈতিক হেচাৰ ফলত আইচিএমআৰ’ৰে কভিড-১৯ ৰ ভেকচিন সঠিক ভাৱে পৰীক্ষা নকৰাকৈ মুকলি কৰাৰ যো-জা চলাইছে নেকি ?

গুৱাহাটী ৫ জুলাই শাসকীয় পক্ষৰ ৰাজনৈতিক হেচাৰ ফলত আইচিএমআৰ’ৰে কভিড-১৯ ৰ ভেকচিন সঠিক ভাৱে পৰীক্ষা নকৰাকৈ ১৫ আগষ্টৰ ভিতৰত বজাৰত মুকলি কৰি দিয়াৰ যো-জা চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি উদ্দেগ প্ৰকাশ কৰিছে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। দেওবাৰে …

আগন্তক বিধানসভা নিৰ্বাচনৰ পলাশবাৰীৰ নিৰ্দলীয় প্ৰাৰ্থী মুকুট কলিতা

পলাশবাৰী ৫ জুলাই এতিয়াও বহু সময় আছে যদিও কৰ’ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে বলিবলৈ ধৰিছে নিৰ্বাচনী গৰম বতাহ। কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ সকলো ৰাজনৈতিক দল ভিতৰি ভিতৰি ব্যস্ত নিৰ্বাচনী ৰণ কৌশল তৈয়াৰ কৰাত। কোনো এটা দলে বৰ্তমানলৈকে প্ৰাৰ্থীৰ …

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে নিৰ্মাণ হোৱা এটা পথ পুনৰ সংকটত

আনিছুৰ আলী গৌৰীপুৰ ৫ জুলাই   ধুবুৰী জিলাৰ গৌৰীপুৰৰ এটা বিশেষ পথ। ভাৰত স্বধীন হোৱাৰে পৰা পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গ্ৰহণ কৰা নাছিল কোনো পদক্ষেপ। বিজেপি চৰকাৰ শাসনলৈ আহি ২০১৯-২০ বৰ্ষত পথটো নিৰ্মাণৰ বাবে ধন আবন্টন কৰাত পথ …

শ্বহীদ দিপাঞ্জল দাসৰ সোঁৱৰণত শ্বহীদ বেদী আৰু শিশু উদ্যানৰ আধাৰশিলা স্থাপন

  ছয়গাঁও ৫ জুলাই    “কা” আন্দোলনৰ এগৰাকী শ্বহীদ ছয়গাঁৱৰ দিপাঞ্জল দাস৷ শ্বহীদ গৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ অৰ্থে ছয়গাঁৱৰ দলৈপাৰা গাঁৱৰ দিপাঞ্জল দাসৰ সমাধিস্থলীত এখন শিশু উদ্যানৰ আধাৰশিলা স্থাপন৷ গাঁওখনৰ মূল পথৰ দাঁতিত শ্বহীদ বেদীৰো আধাৰশিলা স্থাপন কৰিলে স্থানীয় …