দিছপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত বশিষ্ট মন্দিৰৰ বান্দৰৰ মাজত খাদ্য সামগ্রী বিতৰণ
গুৱাহাটী, সংবাদ ৩৬৫, ৪ মে’ : দিছপুৰ প্ৰেছ ক্লাৱৰ উদ্যোগত সোমবাৰে বশিষ্ট মন্দিৰৰ বান্দৰ সকলৰ মাজত খাদ্যসামগ্রী বিতৰণ কৰা হয়। খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত দিছপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক কুঞ্জ মোহন ৰায়, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ শইকীয়া, ধ্ৰুৱজ্যোতি পাঠক, ধ্ৰুৱজ্যোতি দাস, সমাজকৰ্মী …