শিক্ষকতা এৰি ঠিকা কৰাত ব্যস্ত চৰকাৰী শিক্ষক
হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ চাৰবাৰিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ। চৰকাৰী বিদ্যালয়ৰ শিক্ষক এজনে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ। গড়কাপ্তানী বিভাগ ধুবুৰী গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত ২০১৯-২০ বিত্তীয় …