লাডেনৰ পৰা কৃষ্ণ

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : লাডেনৰ পৰা কৃষ্ণ হ’ল গোৱালপাৰাত যোৱা ৫ বছৰে সন্ত্ৰাস চলাই থকা বন্যহস্তী। বন বিভাগে নতুন নামাকৰণ কৰা গোৱালপাৰাৰ হাটীটো এতিয়া বন বিভাগৰ কামত নিয়োজিত কৰা হ’ব। অতি শীঘ্ৰে বন বিভাগে আৰম্ভ …

জুৰোডৰ গ্ৰেণেড বিস্ফোৰণ : নিয়াৰ চাৰ্জশ্বিট দাখিল

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : নিয়াই দাখিল কৰিলে জুৰোড বিস্ফোৰণ কাণ্ডৰ চাৰ্জশ্বিট।৮ জন লোকৰ বিৰুদ্ধে নিয়াই দাখিল কৰিলে চাৰ্জশ্বিট। ৮ জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে অভিযোগনামা।চাৰ্জশ্বিট দাখিল কৰা কেইজন ক্ৰমে – পাপু কোঁচ ওৰফে বিজয় …

শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহৰ সন্মুখত ৰান্ধনীৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ১২ নৱেম্বৰ : শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাসগৃহৰ সন্মুখত শতাধিক ৰান্ধনীৰ উত্তাল প্ৰতিবাদ। ‘তেজ দিম, এন জি এ’ক মধ্যাহ্ন ভোজনৰ দায়িত্ব নিদিওঁ’ শ্লোগানেৰে উত্তাল জি এছ ৰোডৰ আকাশ-বতাহ। মঙলবাৰে পুৱাৰ ভাগতে বৰা চাৰ্ভিছত জি এছ ৰোডৰ গাতে লাগি …

অৱশেষত ট্ৰেংকোলাইজ কৰা হ’ল লাডেনক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত যোৱা ৫ বছৰ ধৰি সন্ত্ৰাস চলাই ৫০ জনতকৈও অধিক লোকক বধ কৰা বন্যহস্তী লাডেনক আজি বন বিভাগৰ সহযোগত ট্ৰেংকোলাইজ কৰিবলৈ সক্ষম হয় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা। গোৱালপাৰাৰ হত্যাকাৰী লাডেনক …

মাছৰ পিছতে এইবাৰ লক্ষাধিক মূল্যত বিক্ৰী এটা কেঁকোৰা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : কেইমাহ মানৰ পূৰ্বে উৰিষ্যাৰ চান্দৱলী অঞ্চলৰ ধামৰা সমুদ্ৰতীৰত কেইজনমান মাছমৰীয়াৰ জালত ১০৭ কেজি ওজনৰ এটা মাছ উঠে। প্ৰতি কেজিত ৭০০০ টকাকৈ এই মাছটো ক্ৰয় কৰে চেন্নাইৰ এটা দৰৱ কোম্পানীয়ে। এই মাছটো বিক্ৰী কৰি …

অ’লা, উবেৰ, ৰেপিড’ৰ পিছতে এইবাৰ ২৪ ঘন্টাই সেৱাৰ বাবে সাজু ৰাজদূত

গুৱাহাটী, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : অ’লা, উবেৰ, ৰেপিড’ আদি বাইক আৰু টেক্সি সেৱাৰ পিছতে জনসাধাৰণৰ সহায়ৰ বাবে ওলাই আহিছে ৰাজদূত । ৰাজদূতত বাইক আৰু টেক্সি দুয়োবিধেই উপলব্ধ হ’ব। অ’লা,উবেৰ, ৰেপিড’ আদি সেৱাসমূহতকৈ ১০ % ভাড়া কম হ’ব ৰাজদূতত । …

মৰিয়নীৰ খৰিকটীয়াত দুই যুৱকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ নৱেম্বৰ : সোমবাৰে পুৱা মৰিয়নীৰ খৰিকটীয়াত দুটা মৃতদেহ উদ্ধাৰ হয়। ধোদৰ আলিৰ চৈকতা সংযোগী পথৰ ওপৰত থকা খৰিকটীয়া দলঙৰ তলৰ পানী যুঁৱলিত এখন মটৰ চাইকেলসহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে দুটা যুৱকৰ মৃতদেহ। এই ঘটনাৰ সন্দৰ্ভত …

অইল ইণ্ডিয়া স্কুল নেচনেল ভলীবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে অসমৰ দল ৰাওনা

গুৱাহাটী, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : অহা ১৩ নৱেম্বৰত মধ্যপ্ৰদেশৰ বিদিশাত অনুষ্ঠিত হ’ব অল ইণ্ডিয়া স্কুল নেচনেল ভলীবল চেম্পিয়নশ্বিপ-২০১৯ । ইয়াত অংশগ্ৰহণ কৰিব অসমৰ ১৪জনীয়া দল আন্দাৰ-১৯ মেনেজাৰ জলটি ৰাম কাকতি আৰু কোচ দেৱজিৎ ডেকাৰ পুৰুষৰ দল। দেওবাৰে পুৱা অসমৰ …

মহানগৰীত ইছলাম ধৰ্মাৱলম্বী লোকৰ জুলুছে মহম্মদ

গুৱাহাটী, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটী মহানগৰীত অঞ্জুমন ইছলামীয়াৰ উদ্যোগত হজৰত মহম্মদৰ জন্ম জয়ন্তী উপলক্ষে এক শুভযাত্ৰা উলিওৱা হয়। ইছলাম ধৰ্মালম্বী লোকসকলৰ এই জুলুছে মহম্মদত শতাধিক লোকে অংশগ্ৰহণ কৰে। ৰাইজৰ মাজত হজৰত মহম্মদৰ নীতি আৰু আদৰ্শৰ …

ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্য্যালয়ত পুষ্পাঞ্জলি তৰ্পণ কার্যসূচী

গুৱাহাটী, সংবাদ ৩৬৫,১০ নৱেম্বৰ : দেওবাৰে গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্য্যালয় ‘কেশৱ ধাম’ত “দত্তোপন্ত ঠেংগড়ী” জীৰ জন্মশতবাৰ্ষিকী সমাৰোহ উদযাপন সমিতিৰ এক পুষ্পাঞ্জলি তৰ্পণ কার্যসূচী অনুষ্ঠিত হয়। অখিল ভাৰতীয় সহ-সম্পর্ক প্ৰমুখ তথা মুখ্য অতিথি শ্ৰী সুনীল দেশপাণ্ডে বন্তি প্ৰজ্জলন কৰি …