নিশা ১০বজাৰ পাছত নিষিদ্ধ মহানগৰীত আতচবাজী ফুটুৱা

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ অক্টোবৰ : দীপাৱলীৰ প্ৰাকক্ষণত মহানগৰ আৰক্ষীৰ বিশেষ নিৰ্দেশনা ৷ নিশা ১০বজাৰ পাছত মহানগৰীত আতচবাজী ফুটুৱা নিষিদ্ধ কৰা হৈছে । এই নিৰ্দেশনা পাণবজাৰ আৰক্ষীৰ । ইয়াৰোপৰি অনুজ্ঞাপত্ৰ থকা দোকানৰ পৰা আতচবাজীসমূহ ক্ৰয় কৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ। দীপাৱলীৰ সময়ত …

মহানগৰীত পিঞ্জৰাবদ্ধ প্রকাণ্ড নাহৰফুটুকী

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ অক্টোবৰ : মহানগৰীৰ শান্তিপুৰত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ। বিগত বহুদিন অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল নাহৰফুটুকীৱে। প্ৰতিদিনে অঞ্চলটোৰ লোকৰ পৰা ভক্ষণ কৰিছিল পোহনীয়া জীৱ-জন্তু। বন বিভাগক খবৰ দিয়া হৈছিল যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। পিছত …

কাগজ-কলম এৰি এসাঁজ থলুৱা খাদ্যৰ জুতি দিয়াবলৈ চেষ্টা এগৰাকী সংবাদকৰ্মীৰ : ঔ-টেঙা, ঢেঁকীয়াৰে এসাঁজ জুতি লওঁক সাংবাদিকৰ হাতেৰে

গুৱাহাটী, সংবাদ ৩৬৫, ২২ অক্টোবৰ : প্ৰত্যেকজন মানুহৰে নিজ নিজ ৰুচি আছে। কোনোবাই হয়তো গান গাই ভাল পায়, কোনোবাই নৃত্য কৰি , কোনোবাই আকৌ গাৰ্ডেনিং কৰি বা কোনোবাই নিজ হাতেৰে খাদ্য প্ৰস্তুত কৰি আনক খুৱাই । মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এগৰাকী সংবাদ …

শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্নৰ দাবী তৰুণ গগৈৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২২ অক্টোবৰ : স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্নৰ দাবী কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী ইস্তাহাৰ চাৱৰ্কৰক ভাৰতৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা কৰে । এই ঘোষণাৰ পাছতে …

বাংলাদেশৰ অভিনেত্ৰীয়ে বৰপেটাবাসীক সজালে বাংলাদেশী

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ অক্টোবৰ : জনকল্যাণ ছ’চিয়েল ওৱেলফেয়াৰ এণ্ড কালচাৰেল অৰ্গেনাইজেছনে চাউলীয়াবড়ী খেলপথাৰত আয়োজন কৰে এক সাংস্কৃতিক অনুষ্ঠানৰ । য’ত অনুষ্ঠানৰ বাবে অতিথি হিচাপে নিমন্ত্রিত কৰা হৈছিল বাংলাদেশৰ মডেল, অভিনেত্ৰী অপু বিশ্বাসক। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অপু বিশ্বাসে কয় …

ভাৰতীয় ঘোষণা নকৰিলে মৃত দুলাল চন্দ্ৰ পালক : ৯ দিনৰ অন্তত স্বগৃহলৈ দুলাল চন্দ্ৰ পালৰ মৃতদেহ

গুৱাহাটী, সংবাদ ৩৬৫, ২২ অক্টোবৰ : বিদেশীৰ অপবাদ লৈয়ে চিতাত জুই জ্বলিব দুলাল চন্দ্ৰ পালৰ। মৃতদেহৰ সৈতে হেতালি খেলি অৱশেষত ৯ দিনৰ অন্তত স্বগৃহলৈ নিলে পালৰ মৃতদেহ। উল্লেখযোগ্য যে ২০১৭ চনৰ ১১ অক্টোবৰ তাৰিখে এফ টি ( এ ) গোচৰ …

২৫ শতাংশ বাছৰ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত সোণোৱাল কেবিনেটৰ : চাকৰিৰ আৱেদনৰ বাবে দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ অক্টোবৰ : সোমবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্তমৰ্মে বাছৰ ভাড়া বৃদ্ধি কৰা হৈছে ২৫ শতাংশ। বৈঠকত নতুন ভূমি নীতি গ্ৰহণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত মৰ্মে ভূমিহীন …

মঙলবাৰে স্বদেশলৈ অনা হ’ব শ্বহীদ পদুম বাহাদুৰৰ নশ্বৰদেহ : নিজ গৃহত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব জোৱানজনৰ শেষকৃত্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ অক্টোবৰ : দেওবাৰে কাশ্মীৰ সীমান্তত পাকিস্তানী সন্ত্ৰাসবাদীৰে সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হয় এজন অসমীয়া জোৱান ৩৯নং গোৰ্খা ৰেজিমেণ্টৰ জোৱান পদুম বাহাদুৰ শ্ৰেষ্ঠ । মঙলবাৰে অসমলৈ আনিব বীৰ জোৱানজনৰ নশ্বৰদেহ।সোমবাৰে কাশ্মীৰত সেনাই সামৰিক শ্ৰদ্ধাঞ্জলি জনায় বীৰ …

লখিমপুৰ আৰু ডিমৌৰ থাওৰাত পথ দুৰ্ঘটনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ অক্টোবৰ : লখিমপুৰৰ বাৰমাইলত দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাটোৰ ফলত ২০জনতকৈ অধিক শিশু, মহিলা, যাত্ৰী আহত হয়। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাভ নদীৰ দলঙৰ ওপৰত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত বহু সময় স্তব্ধ …

ৰাজ্যৰ ৪ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ অক্টোবৰ : সোমবাৰৰ ৰাতিপুৱাৰ পৰা ৰাজ্যৰ ৪টা সমষ্টিত ৭ বজাৰ পৰা আৰম্ভ হ’ল উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। সুৰক্ষা বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বৰ্তমানেও অব্যাহত আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া । শোণিতপুৰ জিলাৰ ৭৪ নং ৰঙাপৰা সমষ্টিত ১৯৭টা …