জীয়াভৰালীত ডুবিল নাও : সাঁতোৰি পাৰলৈ উঠিল নাওখনত থকা যাত্ৰী সকল
তেজপুৰ, সংবাদ ৩৬৫, ১৭ অক্টোবৰ : বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ তেজপুৰৰ জামুগুৰুিত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে তেজপুৰৰ বিহিয়াগাঁও চাপৰিৰ পৰা পাঁচ মাইলস্থিত সাপ্তাহিক বজাৰলৈ যাত্ৰাৰ পথত জীয়াভৰালী নৈৰ মাজত হঠাতে ডুব যায় এখন নাও। নৈৰ মাজতে …