বঙাইগাৱঁত দলং ভাঙি পানীত পৰিল ট্ৰাক : দ্বিতীয় দিনাও যোগাযোগ বিচ্ছিন্ন ৰাইজৰ
বঙাইগাঁও, সংবাদ ৩৬৫, ১৫ অক্টোবৰ : বঙাইগাঁওৰ বিধান সভাৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষন চৌধুৰীৰ সমষ্টিত কাঠৰ দলং ভাঙি পানীত পৰিল মহেন্দ্ৰা মিনি ট্ৰাক ৷ জিলাখনৰ কুঁজীয়া নৈৰ ওপৰত থকা একমাত্ৰ দলং খন সম্প্ৰতি পানীৰ তলত । স্থানীয় বিধায়ক তথা …