হোজাই জিলাৰ লংকাৰ ভালুকমাৰীত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড

হোজাই, সংবাদ ৩৬৫, ১২ অক্টোবৰ : হোজাই জিলাৰ লংকাৰ ভালুকমাৰীত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত হৰকুমাৰ দাস নামৰ লোকজনৰ এখন গাড়ী আৰু এটা ঘৰ জুইত ভষ্মীভূত হয় ৷ জুইৰ লেলিহান শিখা বিয়পি পৰাত চুবুৰীয়া শংকৰ পাল নামৰ লোকজনৰ …

ডিমৰিয়াৰ একমাত্র চিকিৎসা কেন্দ্ৰৰ প্ৰতি আস্থা হেৰুৱাইছে একাংশ ৰোগীয়ে

ডিমৰিয়া, সংবাদ ৩৬৫, ১২ অক্টোবৰ : ধৈৰ্য্যৰ সীমা চেৰাইছে একাংশ ৰোগীৰ । একমাত্র চৰকাৰী চিকিৎসা কেন্দ্ৰত চিকিৎসাৰ বাবে আহি অপমানিত হৈ উভতিছে একাংশ বয়োজ্যেষ্ঠ ৰোগীয়ে। সময়মতে চিকিৎসক আহি নোপোৱাত নগাঁও, মৰিগাঁও আদিৰ পৰা অহা ৰোগীয়ে চিকিৎসালয়ৰ নাৰ্ছক চিকিৎসকৰ সন্দৰ্ভত সোধ-পোচ …

যোৰাবাটত বৃদ্ধৰ মৃতদেহ উদ্ধাৰ

যোৰাবাট, সংবাদ ৩৬৫, ১২ অক্টোবৰ : শুকুৰবাৰে মহানগৰীৰ পাৰ্শ্বৱৰ্তী যোৰাবাটত এগৰাকী বৃদ্ধৰ মৃতদেহ উদ্ধাৰ কৰা হয়। অঞ্চলটোত নলাত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। পিছত যোৰাবাট আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। বৰ্তমানো বৃদ্ধ লোকজনৰ পৰিচয় …

তিতাবৰত বেকাজান নদীয়ে চিঙিলে পানীখেতি-বৰহোলা-তিতাবৰ  সংযোগী মূলপথ : সমস্যা সমাধানৰ বাবে আহ্বান মুখ্যমন্ত্ৰীলৈ

তিতাবৰ, সংবাদ ৩৬৫, ১১ অক্টোবৰ : উন্নয়নৰ নামত ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই আহিছে যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তত উন্নয়নৰ নামত পৰা নাই এচপৰা ইটাও। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যাতায়তৰ নামত অসম নাগালেণ্ড সীমান্তৰ বেকাজানৰ ৰাইজে বাৰুকৈয়ে জ্বলাকলা খাব লগা পৰিস্থিতিৰ  সৃষ্টি …

নিশাৰ মহানগৰীত হাতত ঝাড়ু লৈ পথ চাফা কৰা যান–বাহন আৰক্ষীৰ বিষয়াক সম্বৰ্ধনা আৰক্ষী আয়ুক্তৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১১ অক্টোবৰ : ৰক্ষকেই ভক্ষক আদি বিভিন্ন উদাহৰণৰ সহায়ত অসম আৰক্ষীক ককৰ্থনা কৰি অহা হৈছে আৰক্ষীৰ বিভিন্ন অসমাজিক কাম-কাজৰ বাবে। কিন্তু ইয়াৰ মাজতো কিছু কিছু অসম আৰক্ষীয়ে ৰাইজৰ সেৱাত নিঃস্বাৰ্থ ভাৱে নিজকে অৰ্পণ কৰি দিয়াও দেখা পোৱা …

ৰাজ্যজুৰি কেবৰ বিৰোধীতাৰে কে এম এছ এছৰ প্ৰতিবাদ: তিতাবৰত অখিল গগৈৰ মুক্তিৰ দাবীত অৰ্ধনগ্ন প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ অক্টোবৰ : আজি সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । যোৰহাট, গোলাঘাট , গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইয়াৰ সমান্তৰালকৈ তিতাবৰতো কৃষক …

পুনৰ কেবক লৈ আন্দোলনত কৃষক মুক্তি সংগ্ৰাম সমিতি : অখিল গগৈকে ধৰি কেইবাজনো প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১১ অক্টোবৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে ৰাজ্যজুৰি পুনৰ আন্দোলনত নামিল কৃষক মুক্তি সংগ্রাম সমিতি। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সমিতিয়ে। নৰেন্দ্ৰ মোদী হুচীয়াৰ, অমিত শ্বাহ গ’ …

মহানগৰীৰ বিলাসী হোটেলত চাইবাৰ অপৰাধীৰ ঘাটি : হোটেল নক্ষত্ৰৰ পৰা গ্ৰেপ্তাৰ ৫ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী

গুৱাহাটী, সংবাদ ৩৬৫, ১০ অক্টোবৰ : মহানগৰীত গ্ৰেপ্তাৰ ৫ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। বেলতলাস্থিত হোটেল নক্ষত্ৰত বাহৰ পাতি আছিল ৫ দুৰ্ধৰ্ষ অপৰাধীয়ে। অপৰাধ অনুসন্ধান শাখা আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযানত হোটেল নক্ষত্ৰৰ ৬০৭ নং কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অপৰাধীকেইটাক। গ্ৰেপ্তাৰ …

শংকৰদেৱ নেত্ৰালয়ত ৱৰ্ল্ড চাইত ডে উপলক্ষে সজাগতা মূলক ৰেলি

গুৱাহাটী, ১০ অক্টোবৰ : প্ৰত্যেক বছৰৰ অক্টোবৰ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে বিশ্বজুৰি উদযাপন কৰা হয় ৱৰ্ল্ড চাইত দে। এই সজাগতা মূলক ৰেলিৰ মূল উদ্দেশ্য হৈছে চকুৰ ৰোগৰ পৰা হ’ব পৰা বিভিন্ন ৰোগৰ ওপৰত সজাগতাৰ সৃষ্টি কৰা। ৱৰ্ল্ড চাইত ডে উপলক্ষে মহানগৰীৰ …

কলিকতাৰ পৰা অসমলৈ পূজাৰ বাবে অহা পুৰোহিতৰ সলিল সমাধি

গুৱাহাটী, সংবাদ ৩৬৫, ১০ অক্টোবৰ : কলিকতাৰ পৰা অসম মেঘালয় সীমান্তবৰ্তী বৰ্ণিহাট বাৰোবাৰী দুৰ্গাপূজা কৰিবলৈ আহিছিল দুজন পুৰোহিত ক্ৰমে কমল বেনাৰ্জী আৰু উজ্বল চক্ৰৱৰ্তী। বুধবাৰে ৰাইজে আনন্দ উলাহত মুখত সানি দিয়া সেন্দুৰ ধুবলৈ এজন পুৰোহিত কমল বেনাৰ্জী পূজা মণ্ডপৰ ওচৰত …