পুনৰ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ মূল্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ অক্টোবৰ : পিয়াঁজৰ পাছতেই এইবাৰ পঢ়িলা অক্টোবৰতে বাঢ়িল ৰন্ধন গেছৰ মূল্য। বিগত মাহত ৰাজসাহাৰ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৫.৫০টকা বৃদ্ধি কৰিছিল। ইয়াৰ পিছত এইমাহত ৰন্ধন গেছৰ মূল্য আকৌ এবাৰ বাঢ়িল। মঙলবাৰে ৰেট সলনি হোৱাৰ পিছত ঘৰুৱা …

গুৱাহাটীত ‘মুওভাৰ’ সৰবৰাহ এপ্‌ৰ শুভাৰম্ভ

গুৱাহাটী, সংবাদ ৩৬৫, ১ অক্টোবৰ : পৰম্পৰাগত যাতায়ত আৰু সৰবৰাহ ব্যৱস্থাৰ পৰা এখোজ আগবাঢ়ি, ম’বাইল ফোন ভিত্তিক এটি সৰবৰাহ এপ ‘মুওভাৰ’ৰ ৩০ছেপ্তেম্বৰ, ২০১৯ তাৰিখে আমবাৰী, গুৱাহটীস্থিত নেষ্টত শুভাৰম্ভ কৰা হয়। গায়িকা, মডেল আৰু অভিনেত্ৰী অৰুন্ধতী বৰাই এপ্ টোৰ শুভাৰম্ভ কৰাৰ …

ভলীবলৰ জৰিয়তে স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভণী

গুৱাহাটী, সংবাদ ৩৬৫, ১ অক্টোবৰ : মঙলবাৰে মহানগৰীৰ জজ্ খেলপথাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম আৰু গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত স্বচ্ছ, সেউজ আৰু সবল গাঁও অভিযানৰ শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ভলীবলৰ জৰিয়তে প্লাষ্টিকমুক্ত কৰাৰ বাবে সংকল্প লোৱাৰ …

দূৰ্গা পূজাত বিধি-পথালি দিব পাৰে বতৰে

গুৱাহাটী, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : দূৰ্গা পূজাত বিধি-পথালি দিব পাৰে বতৰে ! বিগত দুই-তিনিদিন ধৰি অসমৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত বৰষুণ অব্যাহত আছে । বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পুজামণ্ডপ সমুহ নিৰ্মান কৰাত অসুবিধাৰ সন্মুখীন হৈ আছে । এই …

প্লাষ্টিকৰ বটলৰ সলনি এইবাৰ বজাৰত বাঁহৰ বটল

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : এই প্ৰদূষণৰ এটা কাৰণ প্লাষ্টিক আৱৰ্জনা। বিশ্বত সৃষ্টি হোৱা সকলো প্ৰকাৰৰ আৱৰ্জনাৰ দহ শতাংশ প্লাষ্টিক আৱৰ্জনা। যাৰ ফলত প্ৰতি বছৰে প্ৰায় এশ মিলিয়ন সাগৰীয় জীৱৰ মৃত‍্যু হয়। এই প্লাষ্টিক জাতীয় পেলনীয়া সামগ্রীবোৰৰ বাবে …

শ্বোলে’ বোলছবিৰ কালিয়া আৰু নাই

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : বলীউদৰ জনপ্ৰিয় অভিনেতা বিজু খোটেৰ দেহাৱসান। দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি আছিল অভিনেতাগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। উল্লেখযোগ্য যে শ্বোলে’ৰ কালিয়া চৰিত্ৰৰ অভিনয়ৰ বাবে জনপ্ৰিয় হৈ পৰিছিল অভিনেতা বিজু খোটে …

ৰীমা দাসলৈ শ্রেষ্ঠ পৰিচালকৰ বঁটা : “বুলবুল কেন ছিং”ৰ বাবে এই সন্মান লাভ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : জাগৰণ ছবি মহোৎসৱত ৰীমা দাসলৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। “বুলবুল কেন ছিং” ছবিখনৰ বাবে লাভ কৰে এই সন্মান। বিগত বৰ্ষত জাগৰণ ছবি মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল ৰীমা দাসৰ ” ভিলেজ ৰকষ্টাৰ্ছে ” …

২৩.৯০ টকাত পিয়াঁজ বিক্ৰীৰ সিদ্ধান্ত দিল্লী চৰকাৰৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ : একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত বৰ্দ্ধিত হাৰত বাঢ়িছিল পিয়াঁজৰ দাম। প্ৰতি কেজিত ৫ টকাকৈ বাঢ়ি বৰ্তমান পিয়াঁজৰ দামে চুইছেগৈ ৮০ ৰ ঘৰ। পিয়াঁজৰ বৰ্দ্ধিত মূল্যৰ মাজতে শনিবাৰে দিল্লীৰ কেজৰিৱাল চৰকাৰে প্ৰতি কিলোগ্ৰাম …

কলগাছিয়াত বেঁকী নদীৰ ব্যাপক গৰাখহনীয়া : দুই শতাধিক পৰিয়ালৰ প্ৰতি তীব্ৰ ভাবুকি

কলগাছিয়া, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ : কলগাছিয়াৰ সুতিৰপাথাৰত বেকী নৈৰ ভয়াৱহ গৰাখহনীয়া। কাণসাৰ নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ। উপ নিৰ্বাচনত ভোট বৰ্জনৰ ভাবুকি ৰাইজৰ। চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই নদীৰ পাৰত বহি নেদেখা জনৰ ওচৰত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰাৰ্থনা জনালে …

এমেজনত ৰেহাই মূল্যত কিনক আপোনাৰ পছন্দৰ স্মাৰ্টফোন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰ : এমেজনৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল ছেলৰ আৰম্ভ আজিৰে পৰা আৰম্ভ হৈছে। গ্ৰাহকে ৪ অক্টোবৰলৈ গ্ৰহণ কৰিব পাৰিব এই সুবিধা। এই বিক্ৰীৰ জৰিয়তে স্মাৰ্ট ফোন, টিভি, ঘৰুৱা সামগ্ৰী, ফেশ্বন, গ্ৰোচাৰী, প্ৰসাধন আদি সামগ্ৰীত পাব আকৰ্ষণী …