দিল্লীৰ পাছতে গুৱাহাটীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ
গুৱাহাটী, সংবাদ ৩৬৫, ১৯ নৱেম্বৰ : বায়ু প্ৰদূষণ ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়। ইন্ধনৰ বাবে কাঠ জ্বলোৱা, জীৱ-জন্তুৰ দহন, ইন্ধনৰ ভেজালকৰণ, যান-বাহনৰ পৰা হোৱা নিৰ্গমন আৰু যান-জট ইত্যাদি কাৰকবোৰে ভাৰতত বায়ু প্ৰদূষণৰ ক্ষেত্ৰত জটিলতা সৃষ্টি কৰিছে। উল্লেখ কৰিব পাৰি যে …