জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ লস্কৰ-ই-তৈবাৰৰ ৮ জন সন্ত্ৰাসবাদী
নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ছেপ্টেম্বৰ : যিকোনো সময়তে সন্ত্ৰাসবাদীয়ে দেশত কূটাঘাত সংঘটিত কৰাৰ বাতৰি চোৰাংচোৱাৰ সংস্থাই প্ৰশাসনক দিয়াৰ সময়তে নিৰাপত্তাৰক্ষয়ে জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ কৰে ৮ জনকৈ সন্ত্ৰাসবাদী । জম্মু-কাশ্মীৰৰ চুপুৰ জিলাৰ পৰা সোমবাৰে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদীকেইজনক । গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী …