মুম্বাইত গ্ৰেপ্তাৰ গুৱাহাটীৰ এ টি এম হেকিংৰ দুজন লোক : মুম্বাইৰ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে দুই ধৃতক
গুৱাহাটী, সংবাদ ৩৬৫, ৮ ছেপ্টেম্বৰ : বিগত কিছুদিন ধৰি অসমত এ টি এম হেকিঙৰ দ্বাৰা লাখ লাখ টকা লুট কৰি আহিছিল এটা হেকিং চক্ৰই । এই হেকিং চক্ৰৰ দুইজন হেকাৰক মুম্বাই আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে । …