বাহন চলাওঁতে সাৱধান হওক, নহলে ভৰিব লাগিব ১ লাখ টকা পৰ্যন্ত জৰিমনা
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ আগষ্ট : বাহন চলাওতে এতিয়াৰে পৰা অতি সাৱধান হওক। কিয়নো ইতিমধ্যে ৰাজ্যসভা আৰু লোকসভাত গৃহীত হোৱা মটৰ বাহন সংশোধন বিধেয়ক-২০১৯ সমগ্ৰ দেশত প্ৰযোজ্য হব চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহৰ পৰা। পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়েও ঘোষণা কৰিছে …