কলগাছিয়াৰ চলচলীয়াত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া অব্যাহত : খহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ
জনীয়া, সংবাদ ৩৬৫, ৪ আগষ্ট : শেহতীয়াকৈ ৰাজ্যত হৈ যোৱা প্ৰলয়ংকাৰী বানপানীয়ে কলগাছিয়া ৰাজহ চক্ৰৰ শতাধিক গাওঁ তছনচ কৰাৰ পিছত পানী কমাৰ লগে লগে বেকী নদীয়ে কেইবাখনো গাঁৱত আৰম্ভ কৰিছে বিধ্বংসী গৰাখহনীয়া। সম্প্ৰতি চলচলীয়া গাঁৱত বেকী নদীৰ গৰাখহনীয়াৰ ফলত ৪৮ …