চিৰিয়াখানাৰ ডি এফ অ’ আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰী এজেন্ট অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ : বন্ধ হ’ব নেকি অসম ৰাজ্যিক চিৰিয়াখানা ?
গুৱাহাটী, সংবাদ ৩৬৫, ৮ জুলাই : অসম ৰাজ্যিক চিৰিয়াখানা যেন এতিয়া বন্ধৰ পথত । চিৰিয়াখানাত এতিয়া দেখা পোৱা নাযায় বহু জীৱ-জন্তু। বিভিন্ন সময়ত চিৰিয়াখানা সুৰক্ষা মঞ্চই চিৰিয়াখানাৰ পশু-পক্ষীৰ সুৰক্ষাৰ হকে মেল-মিটিং, সংবাদ মেল আদিৰ জৰিয়তে মাত মাতি আহিছে । চিৰিয়াখানা …