শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে জনীয়া অঞ্চলৰ বিভিন্ন শিক্ষা অনুষ্ঠানত শিক্ষক দিৱস পালন
জনীয়া, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ : শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান জনীয়াস্থিত আমৰদ্বীপ একাডেমি ছাত্ৰ-ছাত্ৰীয়ে জাক-জমকতাৰে শিক্ষক দিৱস পালন কৰে। ছাত্র-ছাত্ৰীয়ে আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই। ছাত্র-ছাত্ৰীয়ে বেনাৰ-প্লে কাৰ্ড হাতত লৈ ল’ৰা-ছোৱালীক স্কুলত দিয়ক, …