বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক বিশিষ্ট ক্ৰীড়া সাংবাদিকৰ বঁটা প্ৰদান

গুৱাহাটী, সংবাদ ৩৬৫, ২ জুলাই : বিগত বছৰ সমূহৰ দৰে এইবাৰো অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোছিয়েছনে মঙলবাৰে গুৱাহাটীত বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন কৰে। অসমৰ ক্ৰীড়া সাংবিদকতাৰ অগ্ৰণী অনুষ্ঠানটোৱে এইবছৰ বিশ্ব ক্ৰীড়া সাংবাদিক দিৱসৰ সৈতে সংগতি ৰাখি বিশিষ্ট ক্ৰীড়া …

জ্যেষ্ঠ ভাতৃৰ ধাৰ মাৰিবলৈ ৰিলায়েন্সৰ মূখ্য কাৰ্যালয় বিক্ৰী কৰিব অনিল আম্বানীয়ে

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ জুলাই : ৰিলায়েন্সৰ মুখ্য কাৰ্যালয় বিক্ৰী কৰিবলৈ ওলাইছে অনিল আম্বানীয়ে । কাৰণ এসময়ৰ ধন কুবেৰ খ্যাত অনিল আম্বানী সম্প্ৰতি বিত্তীয় সংকটৰ গৰাহত। সেইবাবে ধাৰ মাৰিবলৈ বিক্ৰী কৰিব কাৰ্যালয়। মুম্বাইৰ ছাণ্টাক্ৰুজৰ অভিজাত এলেকাত আছে মুখ্য কাৰ্যালয়টো …

অক্ষত অৱস্থাত ২০০ বছৰীয়া পুৰণি জীৱিত শিপাৰ সাঁকো

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২জুলাই : মেঘালয়ৰ পূৱ খাচী পাহাৰৰ নহুৱেত ২০০ বছৰীয়া পুৰণি জীৱিত শিপাৰ সাঁকো উদ্ধাৰ কৰে উক্ত অঞ্চলৰ গাঁওবাসীয়ে। এই সাঁকোখনৰ কাষতে বৃহৎ বৃহৎ আকাৰৰ শিল দম কৰি ৰখাৰ ফলত যাতায়তৰ ক্ষেত্ৰত গাঁওবাসীয়ে যমৰ যাতনা ভোগ কৰিবলগীয়া …

দ্বীপৰ বিলৰ পাৰত দ্বৈত ৰেলপথ নিৰ্মানক লৈ তীব্ৰ বিৰোধীতা অঞ্চলবাসী ৰাইজৰ : ৰেলপথৰ কাষত প্ৰতিবাদ স্থানীয় লোকৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২ জুলাই : অসম চৰকাৰ হায় হায় ধব্বনিৰে উত্তাল হ’ল দীপৰ বিলৰ পাৰ । দ্বীপৰ বিলৰ পাৰত নিৰ্মান হ’বলগীয়া দ্বৈত ৰেলপথ নিৰ্মানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্থানীয় লোকৰ । চলন্ত ৰেলৰ কাষত থিয় হৈ অঞ্চলবাসী ৰাইজে কৰিলে প্ৰতিবাদ …

বিহালীত গ্ৰীণ চ’চাইটি আৰু ইক টাস্ক ফৰ্চ উদ্যোগত বৃক্ষ ৰোপণ

বিহালী, সংবাদ ৩৬৫, ১ জুলাই : বিশ্বনাথৰ বিহালী অন্যতম প্ৰকৃতি প্ৰেমী সংগঠন গ্ৰীণ চ’চাইটি । সোমবাৰে সংগঠনটো উদ্যোগত বিহালী বৰগাংৰ এভাৰ গ্ৰীণ ইংলিছ স্কুলৰ প্ৰাংগণত বিভিন্ন ফল- মুলৰ গছ পুলি ৰোপণ কৰে । আৰম্ভণিতে বিদ্যালয় প্ৰাংগনত ইক টাস্ক ফৰ্চ মেজৰ …

এতিয়াৰে পৰা আৰু বেছি দূৰত্ব নহ’ব অসম আৰু বাংলাদেশৰ ঢাকাৰ মাজত : আৰম্ভ হ’ল অসম-ঢাকাৰ মাজত বিমানসেৱা

গুৱাহাটী, সংবাদ ৩৬৫, ১ জুলাই : এক ঐতিসাহিক মুহুৰ্তৰ সাক্ষী হৈ ৰ’ল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আজিৰে পৰা গুৱাহাটী আৰু ঢাকাৰ বায়ুপথত দৈনিকভাৱে বিমানসেৱা আগবঢ়াব দেশৰ বিমান পৰিবহন প্ৰতিষ্ঠান স্পাইছজেটে । স্পাইছজেটৰ গুৱাহাটীৰ পৰা ঢাকালৈ চলাচল কৰিবলগীয়া প্ৰথমখন …

সৱকা সাথ সৱকা বিকাশৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত অসমৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ : ২৯ খন ৰাজ্যৰ ভিতৰতে উন্নয়ন ৰাজ্যৰ তালিকাত ২৭ নম্বৰ স্থানত আছে অসম

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ জুলাই : অসমৰ উন্নয়নৰ নগ্ন স্বৰূপ উদঙাইছে নিটি আয়োগৰ শেহতীয়া প্ৰতিবেদনে । অসমত কিমান উন্নয়ন হৈছে সেইয়া জলজল পটপটকৈ ওলাই পৰিছে উক্ত প্ৰতিবেদনখনত । দেশৰ ২৯ খন ৰাজ্যৰ ভিতৰত অসম আছে ২৭ নম্বৰত । ইয়াৰ …

আজিৰে পৰা হ্ৰাস পাব ৰন্ধৰ গেছৰ মূল্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১ জুলাই : আজিৰে পৰা কমিব ৰন্ধন গেছৰ মূল্য । ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজসাহায্যবিহীন এল পি জি চিলিণ্ডাৰৰ দৰ হ্ৰাস কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজসাহায্যবিহীন গেছৰ চিলিণ্ডাৰৰ দাম প্ৰতিটোতে কমিছে ১০০.৫০ …

বিশ্বনাথত ভয়াবহ পথ দুৰ্ঘটনা : ৰাজপথৰ ওপৰতে দাও দাওকৈ জ্বলিল যাত্ৰীবাহী বাছ : জ্বলি চাৰখাৰ হ’ল বাইক আৰোহী

বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ৩০ জুনঃ বিশ্বনাথ চাৰিআলিৰ নগৰৰ সমীপৰ প্ৰতাপ গড়ত শনিবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে অৰুনাচলৰ পৰা শ্বিলং অভিমুখে গৈ থকা এ আৰ এক্স ০৫২৯ নম্বৰৰ যাত্ৰীবাহী …

নতুন ৰূপত অসমী দুৰা কাছ : গঁড়ৰ লগতে অসমী দুৰা কাছক বিশ্ববাসীৰ ওচৰলৈ নিয়াৰ এক বিশেষ প্ৰয়াস এগৰাকী শিল্পীৰ

গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৩০ জুন : মুখত পেঁপা, ডিঙিত গামোচা আৰু পিঠিত জাপি লৈ নতুন ৰূপত ওলাইছে অসমী দুৰা কাছৰ আৰ্হি। মহানগৰী গুৱাহাটীৰ এগৰাকী যুৱ শিল্পীয়ে এক নতুন ৰূপ প্ৰদান কৰিছে অসমী দুৰা কাছৰ আৰ্হিক। গঁড়ৰ লগতে …