দ্বিতীয় সংখ্যক বিমল চন্দ্ৰ গোস্বামী স্মাৰক উত্তৰ-পূব মুকলি স্পৰ্ট ক্লাইম্বিং প্ৰতিযোগিতা

গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : বিগত বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰা হব ভাৰতৰ পৰ্বতাৰোহন ফাউণ্ডেশ্যনৰ সহযোগত ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্ট্ৰি প্ৰিন’ৰশ্বিপ অসম স্পৰ্ট ক্লাইম্বিং এছোচিয়েছন আৰু অসম পৰ্বতাৰোহন সংস্থাৰ যৌথ উদ্যোগত ২য় সংখ্যক বিমল চন্দ্ৰ গোস্বামী স্মাৰক উত্তৰ-পূব মুকলি …

অসম সাহিত্য সভা আৰু ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকন’লজী মেঘালয়ৰ যুটীয়া জলপানি, গৱেষণা বৃত্তি ঘোষণা

গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : অসম সাহিত্য সভা আৰু খানাপাৰাস্থিত ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকন’লজী মেঘালয়ে যুটীয়াভাৱে মেধাসম্পন্ন তথা আৰ্থিক দিশত অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীৰ বাবা শিক্ষা জলপানি আৰু গৱেষণা বৃত্তি ঘোষণা কৰে। গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ …

বান্ধ নথকা বাবে বৰপেটাৰ হাবি ৰাধাকুছি আৰু দেব্ৰাদীত অনিষ্ট হ’ল হাজাৰ বিঘা ইৰি ধান : কানসাৰ নাই জনপ্ৰতিনিধি আৰু কৃষি বিভাগ

বৰপেটা, সংবাদ ৩৬৫, ২২ মে : বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ উত্তৰ অঞ্চলৰ হাবি ৰাধাকুছি আৰু দেব্ৰাদী গাঁৱৰ হাজাৰ বিঘা ইৰি ধানৰ খেতি মৰা চাউলখোৱা নদীৰ বান্ধ নথকা বাবে পানীত ডুব গৈ নষ্ট হয়। যাৰ ফলত সম্প্ৰতি হাহাকাৰ সদৃশ পৰিস্থিতি …

এন পি পিৰ বিধায়ক তথা সাংসদ প্ৰাৰ্থীসহ ১১জনক গুলীয়াই হত্যা এন এছ চি এনৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে’ : অৰুণাচল প্ৰদেশৰ টিৰাপত নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ গুলীয়াগুলী। টিৰাপ জিলাৰ দামালাজুৰ বিধায়ক টিৰং আবুসহ ১১জনক গুলীয়াই হত্যা কৰে এন এছ চি এনৰ সদস্যই । মুঠ চাৰিখন গাড়ীৰ ১১ জন লোকৰেই গুলীচালনাত …

ঈদুল-ফিতৰৰ বাবে ৪ জুনৰ পৰা ৬ জুনলৈকে এন আৰ চিৰ আপত্তি, শুনানীৰ কাম বন্ধ ৰাখিবলৈ এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত আবেদন একাংশ সচেতন নাগৰিকৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে’ : এন আৰ চিৰ প্ৰক্ৰিয়াত ভুৱা আপত্তি তথা আপত্তি প্ৰক্ৰিয়াৰ অপব্যৱহাৰৰ প্ৰসংগকলৈ সচেতন মহল তথা ভুক্তভোগীসকলে এখন নাগৰিক সভাৰ লগতে সংবাদমেলৰ আয়োজন কৰে । এন আৰ চিত ভুৱা আপত্তি আৰু সমগ্ৰ প্ৰক্ৰিয়াত হাৰাশাস্তিৰ সন্মুখীন হোৱা …

বাৰেৰহনীয়া নৃত্য-গীত, আলোচনা চক্ৰৰে শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ তম জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি

গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে’ : শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ তম জন্ম জয়ন্তী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত কৰা হ’ব। অহা ১৩, ১৪ আৰু ১৫ জুনত অনুষ্ঠিত কৰা হব এই জন্ম জয়ন্তী। জন্ম জয়ন্তীৰ প্ৰথম …

শিক্ষিত যুৱকক আলফাত যোগদানৰ বাবে পৰোচিত কৰিছিল প্ৰাণময়ে – দীপক কুমাৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ মে’ : জুৰোডৰ গ্ৰেণেড বিস্ফোৰণৰ শীঘ্ৰেই জালত পৰিব গ্ৰেণেড নিক্ষেপকাৰী। ইতিমধ্যে ঘটনাৰ লগত জড়িত ৫জনক গ্ৰেপ্তাৰ কৰা হৈছে। আটাইকে সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। জেৰাত বহু নতুন তথ্য লাভ কৰিছে আৰক্ষীয়ে । প্ৰাণময়ে চাকৰিৰ প্ৰলোভন দেখুৱাইছিল …

এগজিট প’লক লৈ বাকযুদ্ধ তুংগত ৰাজনৈতিক দলৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে’ : এগজিট প’লৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ নগাঁওৰ বিধায়ক ৰূপক শৰ্মাৰ । লোকসভা নিৰ্বাচনত বিজয় নিশ্চিত বুলি দাবী ৰূপক শৰ্মাৰ । অসমত বিজেপি মিত্ৰজোঁটে পাব ১০ খনৰো অধিক আসন। প্ৰফুল্ল কুমাৰ মহন্তক কটাক্ষ ৰূপক শৰ্মাৰ। …

স্বাভাৱিকভাৱে বিদেশীৰ প্ৰৱজন হোৱা নাই ,কৃত্ৰিম ভাৱে অসমত বিদেশীৰ প্ৰৱজন হৈছে – বলেন বৈশ্য

গুৱাহাটী, সংবাদ ৩৬৫, ২০ মে’ : হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ বিদেশী সমস্যা, ভিত্তিবৰ্ষ আৰু উচ্চতম ন্যায়ালয়ৰ ভূমিকা শীৰ্ষক সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত এক আলোচনা চক্ৰৰ আয়োজন কৰে । সংবাদ মাধ্যমৰ আগত পৰিষদৰ সভাপতি বলেন বৈশ্যই কয় ” স্বাভাৱিকভাৱে বিদেশীৰ প্ৰৱজন …

সোন – ৰূপৰ গহনাৰ বিশুদ্ধতা ৰূপায়ন কৰা “গুৱাহাটী হলমাৰ্ক চেণ্টাৰ” মুকলি

গুৱাহাটী, সংবাদ ৩৬৫, ২০ মে’ : গুৱাহাটীৰ লাখটকীয়াস্থিত চৌধুৰী কমপ্লেক্সৰ দ্বিতীয় মহলাত সোমবাৰে সোন – ৰূপৰ গহনাৰ বিশুদ্ধতা ৰূপায়ন কৰা এটা হলমাৰ্ক কেন্দ্ৰ মুকলি কৰা হয় । “গুৱাহাটী হলমাৰ্ক চেণ্টাৰ” নামৰ এই কেন্দ্ৰটো জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ আৰু সাংবাদিক দেৱজিত …