নগাঁও উপায়ুক্ত কাৰ্যালয়ত গৌৰৱ গগৈৰ মনোনয়ণ দাখিল
নগাঁও, সংবাদ ৩৬৫, ২২ মাৰ্চ : শুকুৰবাৰে কংগ্ৰেছ প্ৰাৰ্থী তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ১১নং কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ণ পত্ৰ দাখিল । শুকুৰবাৰে দিনৰ ১২বজাত কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগ, ৰ’জলীনা তিৰ্কি, নুৰুল হুদা আৰু ৰকিবুল …