কাশ্মীৰত শ্বহীদ হোৱা জোৱানে সন্মান পায় কিন্তু অসমত স্বহীদ হোৱা সকলে সেই সন্মান নাপায়
গুৱাহাটী,সংবাদ ৩৬৫,১মাৰ্চ :শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত তেওঁলোকে কয় যে এছ পি অ সকলে বিভিন্ন সময়ত দেশ মাতৃৰ লগতে আই মাতৃৰ বিপদাপন্ন অৱস্থাত নিজ প্ৰাণ আহুতি জনসাধাৰণৰ হকে নিষ্ঠাৰে …