প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ সন্মান প্ৰদৰ্শন কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কংগ্ৰেছ আৰু অগপ দলৰ সদস্যৰ
ডিগবৈ, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰী: ডিগবৈ সমষ্টিৰ অন্তৰ্গত টিংৰাই ৰাজহুৱা মঞ্চত ডিগবৈৰ বিধায়ক সুৰেণ ফুকনৰ নেতৃত্বত দেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।এই সভাত কেইবাগৰাকীও কংগ্ৰেছ আৰু অগপ দলৰ ৱাৰ্ড সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। কংগ্ৰেছ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, তিনিচুকীয়া …