বাক্সাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত নিশা বনৰীয়া হাতীৰ ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ
বাক্সা, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ বিভিন্ন ঠাইত বৰ্তমানেও অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। দেওবাৰে নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ কাউলি, নাৰায়ণপুৰ, নবিনগাঁও আদি অঞ্চলত খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা এজাক বন্য হস্তীৰ …