ৰামপুৰৰ ৰাস মহোৎসৱত জীৱন্ত অজগৰ

মিৰ্জা, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ: দক্ষিণ কামৰূপৰ অতি পুৰনি ৰাস হিচাপে চিহ্নিত ৰামপুৰ ৰাস মহোৎসৱত উদ্ধাৰ হয় এটা জীৱন্ত অজগৰ । ২২ নবেম্বৰৰ পৰা ১১ দিনীয়াকৈ চলি থকা ৰামপুৰৰ ৰাস মহোৎসৱৰ বাকৰিত মৃন্ময় মুৰ্তিৰ কাষত দেওবাৰে পুৱাই দেখা গ’ল এডাল …

ডিগবৈত চি.আৰ. পি.এফৰ দ্বাৰা অনুষ্ঠিত তিনিদিনীয়া ফুটবল খেল প্ৰতিযোগিতা সম্পন্ন

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২৪ নৱেম্বৰ: ডিগবৈস্থিত ৬৮নং বেটেলিয়ন চি.আৰ. পি.এফৰ দ্বাৰা অনুষ্ঠিত এক ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰু শনিবাৰে ডিগবৈ মুলীয়াবাৰী খেলপথাৰত চুড়ান্ত খেলখন সম্পন্ন হয়। চূড়ান্ত খেলখনত ডিগবৈ পানবাৰী ফুটবল ক্লাবে মাৰ্ঘেৰিতা ফুটবল ক্লাবক চাডেন …

জনীয়াত ভাৰতীয় জনতা দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন

জনীয়া, সংবাদ ৩৬৫, ২৪ নৱেম্বৰ: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ক্ৰমান্বয়ে গৰম হ’ব ধৰিছে জনীয়াৰ পঞ্চায়ত নিৰ্বাচনী বতাহ। শুকুৰবাৰে সন্ধিয়া বি জে পি দলৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ প্ৰসাদ দাস, সম্পাদক নব কুমাৰ দাস, মহিলা মৰ্চাৰ সভানেত্ৰী, সম্পাদীকাকে ধৰি ভালে …

৩৭নং কদমনি গাওঁপঞ্চায়তত অগপৰ নিৰ্বাচনীৰ ব্যাপক প্ৰচাৰ

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২৩ নৱেম্বৰ: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে শুকুৰবাৰে নগাওঁ জিলাৰ ৮৪নং বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৩৭নং কদমনি গাওঁপঞ্চায়তত অগপৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি অগপৰ সমিতিৰ সভানেত্ৰী মামনি বৰাই কয় যে …

দ্বীপৰ বিলৰ পক্ষীলৈ নামি আহিছে সংকেত

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ নৱেম্বৰ: দীপৰ বিলৰ পক্ষী অভায়াৰণ্যলৈ নামি আহিছে এক ভয়াবহ সংকট । বিষাক্ত কীটনাষক খাদ্য খায় মৃত্যু হোৱা গৰু আৰু গাহৰি পশুৰ মাংস ভক্ষণ কৰি আক্ৰান্ত হৈছে পক্ষী। কেইবাটাও হাড়গিলা পক্ষীক ইতিমধ্যে বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ কৰ্মী সকলে …

অসমৰ নাম বিশ্বৰ দৰবাৰত উজ্বলাবলৈ বৰঝাৰ বিমানবন্দৰৰ পৰা ৰাওনা হ’ল ২ অসম সন্তান

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ নৱেম্বৰ: অসমৰ নাম পুনৰ বিশ্বৰ দৰবাৰত উজ্বলোৱাৰ চেষ্টাৰে থাইলেণ্ডলৈ ৰাওনা হ’ল অসম দুই সন্তান। শুকুৰবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা থাইলেণ্ড আৰু বেংককলৈ মিষ্টাৰ ইউনিভাৰ্ছ আৰু মিষ্টাৰ মাষ্টাৰ ইউনিভাৰ্ছ প্ৰতিযোগীতালৈ ৰাওনা হ’ল বকোৰ গোলাপ ৰাভা আৰু গড়চুকৰ বিজু …

কদমণি গাওঁ পঞ্চায়তত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২২ নৱেম্বৰ: নগাওঁ জিলাৰ বিভিন্ন ঠাইৰ লগতে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কদমণি গাওঁ পঞ্চায়তত কংগ্ৰেছ দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। বৃহস্পতিবাৰে কদমণিৰ হুছেইন মাৰ্কেটত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত কাৰ্যালয় উদ্বোধন কৰি প্ৰাক্তন শিক্ষামন্ত্ৰী গৌতম বৰাই …

সমাজহিতৈষী সন্তোষ কুমাৰ তপ্ন স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত ‘আটছা’ ডিগবৈ শাখাৰ সহযোগত আৰু আৰ. ডি. এডুকেশ্বনেল এণ্ড স্পৰ্টছ ফাউণ্ডেশ্বনৰ অতিথ্যত সন্তোষ কুমাৰ তপ্ন স্মাৰক বক্তৃতানুষ্ঠান আয়োজন

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২২ নৱেম্বৰ: বৃহস্পতিবাৰে আৰ. ডি. জুনিয়ৰ কলেজৰ সভাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে সমাজহিতৈষী সন্তোষ কুমাৰ তপ্ন স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত ‘আটছা’ ডিগবৈ শাখাৰ সহযোগত আৰু আৰ. ডি. এডুকেশ্বনেল এণ্ড স্পৰ্টছ ফাউণ্ডেশ্বনৰ অতিথ্যত সন্তোষ কুমাৰ তপ্ন স্মাৰক বক্তৃতানুষ্ঠান …

তামুলপুৰৰ দ্বাৰকুচিত আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

তামুলপুৰ, সংবাদ ৩৬৫, ২১ নৱেম্বৰ: ৰাজ্যত পৃথক বড়োলেণ্ড, পৃথক কমতাপুৰ আদি দাবী চলি থকাৰ সময়তে তামুলপুৰত কলিতা ছাত্ৰ সন্থাই কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু কলিতা উন্নয়ন পৰিষদ গঠনৰ দাবীত বুধবাৰে এঘন্টীয়া ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । তামুলপুৰৰ দ্বাৰকুচিত …

ছয়গাৱত অগপৰ পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা

ছয়গাও, সংবাদ ৩৬৫, ২০ নৱেম্বৰ: ৰাজ্যত অহা পাচ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ছয়গাৱত অগপই মঙ্গলবাৰে ৰণশিঙা বজায়। ছয়গাৱৰ শ্ৰীমন্ত শংকৰদেৱৰ কলাকৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত অগপ দলটোৱে ছয়গাও ব্লক তথা ছয়গাও জিলা পৰিষদৰ অন্তৰ্গত প্ৰাৰ্থী …