কটহগুৰি গাওঁপঞ্চায়তৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হুৰেনা খাতুন আৰু টুকটুকী জিলাপৰিষদৰ প্ৰাৰ্থী গুলাম ৰাব্বানীৰ মনোনয়ন পত্ৰ দাখিল: প্ৰাৰ্থীৰ ঘৰত সমৰ্থকৰ ভিৰ
বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ: ৩০নং কটহগুৰি গাওঁপঞ্চায়তৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হুৰেনা খাতুন আৰু টুকটুকী জিলাপৰিষদৰ প্ৰাৰ্থী গুলাম ৰাব্বানীয়ে এ আই ইউ ডি এফ দলৰ পৰা প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল কৰে। আৰু …