দক্ষিণ কামৰূপৰ মিৰ্জাত পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ

মিৰ্জা, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ: কেন্দ্ৰত তথা ৰাজ্যত বিজেপি চৰকাৰ গঠন হৈ চৰকাৰৰ ঠিকেই পৰিৱৰ্তন হ’ল কিন্তু ৰাজ্যৰ ৰাস্তা ঘাটৰহে একো পৰিবৰ্তন ন’হল। ৰাজ্যৰ ৰাস্তা ঘাটৰ দুৰৱস্থা যেন আজিও উন্নত হৈ নুঠা পৰিলক্ষিত হ’ল মিৰ্জা-পলাশবাৰী-ৰাজাপাৰা সংযোগী জৰাজীৰ্ণ পথটি। দীৰ্ঘদিন ধৰি …

“হাউলী_বেকী” সংযোগী (হাউলী থানা) ৰোডৰ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত পথ অৱৰোধ কাৰ্য্যসূচী

হাউলী, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ: উন্নয়নৰ নামত ফটা ঢোল বজোৱা বিজেপি চৰকাৰখনে উন্নয়ৰ নামত ফুলজাৰি জ্বলাই ৰাজ্যৰ ৰাস্তা ঘাটৰ অৱস্থা তেনেই দুৰৱস্থালৈ পৰিণত কৰা দেখা গ’ল হাউলী_বেকী” সংযোগী (হাউলী থানা) ৰোডৰ জৰাজীৰ্ণ পথচোৱা। এজাক বৰষুণতে পথটোত একাঠু পানীৰে উপচি পৰে। …

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে ডি ভোটাৰৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ৰাজহুৱা সভা সমিতি গঠন গোৱৰ্দ্বনাত

গোৱৰ্দ্বনা, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ: সোমবাৰে অৰ্থাৎ ২৪ ছেপ্টেম্বৰৰ সন্ধিয়া ৪ বজাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে ডি ভোটাৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে গোৱৰ্দ্বনাত অঞ্চলত সচেতন যুৱ সমাজৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সচেতন আছুৰ যুৱক উদ্দিনৰ সভাপতিত্বত আৰু মহিদুল …

বকোত কণ কণ শিশুয়ে দুহাতেৰে বাঁহে সজা টুকুৰী প্ৰস্তুত কৰি বিদ্যালয়ৰ খৰছ যুগুতোৱাৰ লগতে জীৱিকা নির্বাহৰ পথ উলিয়াইছে

বকো, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ৰৌমাৰী গাঁৱৰ পুৰুষ, মহিলা আৰু শিশু ছাত্ৰ ছাত্ৰী সকলে বাঁহৰ টুকুৰি বনাই বজাৰত বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে জীৱিকা নিৰ্বাহৰ লগতে কন কন শিশুৰ বিদ্যালয়ৰ পঢ়াৰ খৰচ যুগত …

শ্ৰীৰামপুৰত তিনিখনকৈ দোকানত চুৰিকাৰ্য্য

গোসাইগাঁও, সংবাদ ৩৬৫, ২৪ ছেপ্তেম্বৰ: কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত শিমুলটাপু আৰক্ষী চকীৰ পৰা প্ৰায় তিনিশ মিটাৰ মান দূৰৈত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন চাৰিআলিত দেওবাৰে নিশা তিনিখনকৈ দোকানত চুৰি কাণ্ড সংঘটিত হয়। প্ৰাপ্ততথ্য মতে, দেওবাৰে নিশা প্ৰায় দুই বজাত …

নাহৰকটীয়াৰ জয়পুৰত ১১কেভি বিদ্যুৎ লাইনৰ ইনচুলেটৰ ফুটি বিদ্যুৎপৃষ্ঠ হৈ দুটাকৈ পহুধনৰ মৃত্যুৰ লগতে তিনিগৰাকীকৈ মহিলা আৰু এজন যুৱকৰ কথমপি প্ৰাণ ৰক্ষা

নাহৰকটীয়া, সংবাদ ৩৬৫, ২৪ ছেপ্টেম্বৰ: নাহৰকটীয়াৰ জয়পুৰ লেবাংকুলা গাওঁত সোমবাৰে লেবাংকুলা এল পি স্কুলৰ সন্মুখতে ১১কেভি বিদ্যুৎ লাইনৰ ইনছুলেটৰ ফুটি খুটা এটাত কাৰেণ্ট হৈ পৰে যাৰ ফলত বিদুৎপৃষ্ঠ হৈ দুটাকৈ পহুধন মৃত্যু মুখত পৰাৰ লগতে খুটাতোৰ ওচৰে পাৰ হৈ যোৱা …

কামৰূপ জিলাৰ বকোৰ ৰংগেশ্বৰী টুপামাৰী ৰাইজৰ বিপদসংকুল যাত্ৰা: কাঠৰ দলং ভাঙি ট্ৰেক্টৰ চালকৰ কথমপি প্ৰাণ ৰক্ষা

বকো, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ: মিছা কথাৰ ফুলজাৰি জ্বলোৱা, হাজাৰটা মিছা প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ ফোঁপোলা স্বৰূপ হল কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ৰংগেশ্বৰী টুপামাৰী সংযোগী এখন কাঠৰ দলং। দীৰ্ঘ দিনৰ পৰা অঞ্চলটোৰ ৰাইজে বিপদ সংকুল ভাবে দৈনন্দিন পাৰা পাৰ হয় …

গৌৰীপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জব্দ কৰাৰ লগতে এজন যুৱকক আটক

গৌৰীপুৰ, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ: দেওবাৰে দূপৰীয়া পানবাৰী বি এছ এফ ৰ ছেক্টৰ হেড চি আই ডি ব্ৰাঞ্চে এচাম ড্ৰাগছ সৰবৰাহকাৰীৰ গোপন তথ্য লাভ কৰি কাজিগাওঁ আৰক্ষীক খবৰ কৰি বি এছ এফ আৰু কাজিগাওঁ আৰক্ষীৰ যৌথ অভিযানত পানবাৰী বজাৰৰ পৰা …

এ পি ডব্লিউয়ে এন আৰ চি সন্দৰ্ভত বিচৰা মনিটৰিং কমিটিক সমৰ্থন: উপমুন্য হাজৰিকাৰ দৰে বিতৰ্কিত সাম্প্ৰদায়িক ব্যক্তিৰ অন্তৰ্ভূক্তিক বিৰোধিতা বিধায়ক আব্দুল খালেকৰ

কলগাছিয়া, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ: এন আৰ চিত নাম অন্তৰ্ভূক্তি নোহোৱা ব্যক্তিৰ বাবে এ পি ডব্লিউয়ে এন আৰ চি সন্দৰ্ভত বিচৰা মনিটৰিং কমিটি গঠন কৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনায় আৰু ইয়াক অৰ্থাৎ এ পি ডব্লিউয়ে এন আৰ চি …

বকোৰ মালিবাৰী-মন্দিৰা অঞ্চলত ৰাইজৰ উত্তাল প্ৰতিবাদ: আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই দুষ্ট চক্ৰৰ বিভিন্ন অসামাজিক কাৰ্যকলাপ

বকো, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ: আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই বকোৰ মালিবাৰী আৰু মন্দিৰা অঞ্চলত দৈনিক বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে। দীৰ্ঘদিন ধৰি এটা দুষ্টচক্ৰৰ নেতৃত্বত বকোৰ মালিবাৰী আৰু মন্দিৰা এনছিত আৰক্ষী প্ৰশাসনৰ দুৰ্বলতাৰ বাবেই মদ, জুৱা, তাচ খেল, নাৰী কেলেংকাৰী আৰু …