সৰভোগৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতিৰ সমষ্টিতে ৰাইজে মেৰামতি কৰিলে ৰাস্তা
সৰভোগ, সংবাদ ৩৬৫, ২১ আগষ্ট: ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টিত গাঁঠিৰ ধন খৰছ কৰি জৰাজীৰ্ণ পথ দান- বৰঙণিৰে মেৰামতি কৰিলে সৰভোগ সমষ্টিৰ ৰাইজে। উন্নয়নৰ নামত টেটুফালি চিঞৰা বিজেপি চৰকাৰখনে ২বছৰ কার্যকালৰ ক্ষমতাত থাকিও …