অসম কবি সন্মিলনীৰ কেন্দ্ৰীয় সদস্য হেমন্ত কুমাৰ চুতীয়াৰ মটৰ চাইকেলত অগ্নি সংযোগ
মৰিগাঁও, সংবাদ ৩৬৫, ৮ আগষ্ট: অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈ পৰিছে মৰিগাঁও জিলা। সঘনাই বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হৈ থকা মৰিগাঁৱত এইবাৰ দুষ্কৃতিকাৰীয়ে অসম কবি সন্মিলনীৰ কেন্দ্ৰীয় সদস্য তথা শিক্ষক হেমন্ত কুমাৰ চুতীয়াৰ মটৰ চাইকেলত অগ্নি সংযোগ কৰিলে। যোৱা ৬ আগষ্ট …