মিৰ্জাৰ বৰিহাটৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত উত্তেজনা
মিৰ্জা, সংবাদ ৩৬৫, ২২ জুলাইঃ মিৰ্জাৰ বৰিহাটৰ ইণ্ডিয়ান অইলৰ তেল ডিপোত গ্ৰাহকক জোখতকৈ কমকৈ তেল দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাৰ। জানিব পৰা মতে এজন যুৱকে ডিপোত ৮০ টকাৰ তেল ভৰোৱাত ১ লিটাৰতকৈ বহু কমকৈ তেল পায় যাৰ ফলত তেওঁ …