হিমন্ত বিশ্ব শৰ্মাৰ পিছত কংগ্ৰেছ প্ৰত্যাখ্যান কিশোৰ হাজৰিকাৰ
নলবাৰী, সংবাদ ৩৬৫, ১৬ জুলাই: আকৌ খলকনি কংগ্ৰেছ দলত । হিমন্তবিশ্ব শৰ্মা আৰু জয়ন্তমল্ল বৰুৱাৰ পিছত কংগ্ৰেছ দল প্ৰত্যাখ্যান নলবাৰীৰ যুব নেতা কিশোৰ হাজৰিকাৰ। সোমাবাৰে আমবাৰীৰ অগপ মুখ্য কাৰ্যালয়ত সভাপতি অতুল বৰাৰ উপস্থিতিত যুব নেতা কিশোৰ হাজৰিকা প্ৰমুখ্যে বিভিন্ন দল …