ত্রিছ হাজাৰ টকাৰ বিনিময়ত বহিঃৰাজ্যত অসমৰ যুৱতী বিক্ৰী কৰা নাৰী সৰবৰাহকাৰী আৰক্ষীৰ জালত

দৰং, সংবাদ ৩৬৫, ১০ জুলাইঃ দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষীয়ে এজন কুখ্যাত নাৰী সৰবৰাহকাৰীৰ এজেন্টক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে আটক কৰা ছিদ্দিক আলী নামৰ দুৰ্ধৰ্ষ নাৰী সৰবকাহকাৰী এজেন্ট গৰাকীয়ে সহজ সৰল যুৱতী-কিশোৰীক প্ৰথমে প্রেমৰ জালত পেলাই আৰু পিছত বিয়াৰ প্রলোভনেৰে …

পংকজ পাঠকৰ বিৰুদ্ধে সোণাপুৰ থানাত গোচৰ

সোণাপুৰ, সংবাদ ৩৬৫, ৯ জুলাইঃ সোণাপুৰৰ পাটৰকুছিস্থিত দিচাং ৰিজৰ্টৰ পৰা দেওবাৰে কৰ্মচাৰীৰ ওপৰত নিৰ্যাতন চলোৱা মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মতসিংকাক দিশপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰিজৰ্টখনৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে আচাৰ্য্য পঙ্কজ পাঠকে কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে সোমবাৰে ৰিজৰ্টখনৰ …

পাথাৰকান্দি বনৰীয়া হাতীৰ সন্ত্ৰাসত গাঁও এৰিছে ৰাইজ

পাথাৰকান্দি, সংবাদ ৩৬৫, ৯ জুলাইঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পাথাৰকান্দি বিধানসভা সমষ্টিতো বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। অঞ্চলটোৰ এটা সাত জনীয়া হাতীৰ জাকে কেইবাবছৰ ধৰি সন্ত্ৰাস চলাই থকাৰ পিছতো বন বিভাগে ইয়াৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ …

হৰিণচৰাত এছএছবিৰ উদ্যোগত বেটী বছাও বেটী পঢ়াও অভিযান

বাক্সা, সংবাদ ৩৬৫, ৯ জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত হৰিণচৰা প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত ২৪ বাহিনী ৰঙিয়া এছএছবিৰ উদ্যোগত “বেটী বছাও বেটী পঢ়াও” অভিযান সম্পন্ন হয়। “বেটী বছাও বেটী পঢ়াও” অভিযানৰ অন্তৰ্গত এছএছবিৰ ফলৰ পৰা বিদ্যালয়খনৰ খেল পথাৰত এখন …

আক্ৰাছুৰ ২৪ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

গুৱাহাটী, সংবাদ ৩৬৫, ৯ জুলাইঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ-ৰাজবংশী সকলক জনজাতিকৰনৰ দাবীত আক্ৰাছু , সদৌ কোচ-ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই সোমবাৰে আহ্বান জনোৱা ২৪ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয়। নামনি অসমৰ কেইবাখনো জিলাৰ …

হোজাই জিলাৰ লংকাৰ উদালীত আৰক্ষীৰ ভয়ত ঘৰৰ ভিতৰত আত্মগোপন এটি পৰিয়ালৰ

হোজাই, সংবাদ ৩৬৫, ৯ জুলাইঃ হোজাই জিলাৰ লংকাৰ উদালীত এক আৰ্চ্যয্যজনক ঘটনা সংঘটিত হৈছে। লংকাৰ উদালীত বসবাস কৰা এটি পৰিয়ালৰ তিনিজন সদস্যৰ বিৰুদ্ধে ৰুজু হৈছে বিদেশীৰ গোচৰ। বিদেশীৰ গোচৰ ৰুজু হোৱা মইনউদ্দিন লস্কৰ, তেওঁৰ সহধৰ্মীনি মমতাজ বেগম আৰু সন্তান মঞ্জুৰ …

অসমবাসী ৰাইজক ক্ষমা প্ৰাৰ্থনা হুণ্ডাই কৰ্তৃপক্ষৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৯ জুলাইঃ গণেশগুৰিস্থিত মুকেশ হুণ্ডাই শ্ব’ৰূম কাণ্ডই সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত আৰু শ্ব’ৰূমখনৰ স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক আৰক্ষীয়ে আটক কৰি কাৰাগৰলৈ প্ৰেৰণ কৰাৰ পিছত ঋষভ জ্যেষ্ঠ ভাতৃ আৰু মাতৃয়ে ক্ষমা খুজিলে অসমবাসী ৰাইজৰ আগত। সোমবাৰে ঋষভৰ ভাতৃ …

লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য ৰক্ষাৰ অৰ্থে গঞাঁৰ ব্ৰহ্মপুত্ৰ পূজন

নগাঁও, সংবাদ ৩৬৫, ৯ জুলাইঃ এসময়ত এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যখনৰ অস্তিত্বৰ প্ৰতি সংকট কঢ়িয়াই আনিছে মহাবহু ব্ৰহ্মপুত্ৰই। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত লাওখোৱা, বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বহু মাটিকালি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে যদিও অভয়াৰণ্যখনৰ অন্তিম ৰক্ষা কৱচ …

বৰপেটাৰ হাউলীত বিস্ফোৰক উদ্ধাৰঃ আই ই ডি বুলি নিশ্চিত নহয় বোমা বিশেষজ্ঞ

বৰপেটা, সংবাদ ৩৬৫, ৮ জুলাইঃ বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত যশীহাটীপাৰাত শনিবাৰে নিশা আৰক্ষীয়ে এটা শক্তিশালী বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ হাউলীৰ দৰে এক স্পৰ্শকাতৰ অঞ্চলত বোমা উদ্ধাৰ হোৱা ঘটনাকলৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা …

লক্ষীমপুৰৰ ৰাজপথত বানপানীৰ তাণ্ডৱ

লখিমপুৰ, সংবাদ ৩৬৫, ৮ জুলাইঃ ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে লক্ষীমপুৰ জিলাতো বান পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে। জিলাখনৰ কেইবাখনো সৰু-বৰ নদীৰ বাঢ়নি পানীয়ে জিলাখনৰ বিভিন্ন অঞ্চল প্লাবিত কৰাত ক্ষতিগ্ৰস্ত হৈছে বহুলোক। জিলাখনত বৰ্তমান বানপানীৰ তাণ্ডৱত বহুলোকে নিজা ঘৰ-বাৰী এৰি ৰাজপথত বাহৰ …