একেলগে জ্বলিল দুখন চিতা, অ’এনজিচিৰ কৰ্মচাৰী কুলাংগাৰ পুত্ৰই নাচায় পিতৃ-মাতৃক:

নাজিৰা ৰিপোৰ্ট- ২ জুলাই: পিতৃ-মাতৃক ভক্তি কৰাৰ মহৎ বাক্য যেন অতীত হ’ল। নীতি শিক্ষা এতিয়া তুংগত উঠিল। তাৰেই এক নিদৰ্শন শিৱসাগৰৰ অ এন জি চিৰ কৰ্মচাৰী দেবাশীষ খাৰঘৰীয়াৰ পিতৃ সম্ৰাট থিয়েটাৰৰ প্ৰযোজক, ১৯৯৬ চনৰ মুনলাইট বঁটা প্ৰাপক ” দৈনন্দিন ” …

গোৱালপাৰাত উদ্ধাৰ বাক্সাৰ অপহৃত যুৱতী

বাক্সা, সংবাদ ৩৬৫, ২ জুলাইঃ বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত দৰংগামেলা আৰক্ষীয়ে দেওবাৰে নিশা গোৱালপাৰা জিলাৰ খৰবুজাত এগৰাকী অপহৃত ছাত্ৰীক উদ্ধাৰ কৰে। জানিব পৰা মতে বাক্সা জিলাৰ শশীপুৰ নিবাসী ভোলা দাসৰ কন্যা তথা তামুলপুৰ বানিজ্য মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকী যোৱা ২৯ …

পূৱ বনভাগ মিলন এম ই স্কুলৰ সতীৰ্থ সমাৰোহৰ সামৰণি

নলবাৰী, সংবাদ ৩৬৫,  ১ জুলাইঃ ১৯৬৪ চনত নলবাৰী জিলাৰ গুৱাকুছিত স্থাপিত হোৱা গ্ৰাম্য অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান পূৱ বনভাগ মিলন এম ই স্কুলৰ সতীৰ্থ সমাৰোহ দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে অন্ত পৰে। শনিবাৰে বিদ্যালয়ৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত শ্বহীদ তৰ্পণ, বৃক্ষ ৰোপনৰ …

অৰুণাচল প্রদেশৰ মেৰিয়ম লংৰিলৈ ষষ্ঠদশ ছানছিল্ক মেগা মিছ নর্থ ইষ্টৰ সন্মান : নগালেণ্ডৰ চুৰীলা আৰু অসমৰ জ্যোতিস্মিতা বৰুৱা ক্ৰমে প্রথম আৰু দ্বিতীয় ৰাণাৰ্ছ আপ

গুৱাহাটী, সংবাদ ৩৬৫, ১ জুলাইঃ গুৱাহাটীৰ মাছখােৱাস্থিত আইটিএ সাংস্কৃতিক প্ৰকল্পত উত্তৰ-পূৰ্বাঞ্চলৰ প্রায় ১০০০ দর্শকৰ উপস্থিতিত ১৬সংখ্যক ছানছিল্ক মেগা মিছ নর্থ ইষ্ট, ২০১৮ প্রতিযােগিতাত বিজয়ী খিতাপ অর্জন কৰে অৰুণাচল প্ৰদেশৰ মেৰিয়ম লংৰিয়ে। আনহাতে, প্রতিযােগীতাখনত ১ম আৰু ২য় ৰাণাৰ আপৰ খিতাপ অর্জন …

চাহ দোকানেৰে স্বাৱলম্বী হোৱা চাৰিগৰাকী চাহ জনজাতিৰ যুৱতী

বাক্সা, সংবাদ ৩৬৫, ১ জুলাইঃ যি সময়ত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকল কৰ্মসংস্থাপন আশাত বহিঃৰাজ্যৰ লগতে ৰাজধানী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ গৈ লাঞ্চিত-বঞ্চিত হ’বলগীয়া হয় সেই সময়তে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ পাটকীজুলিৰ চাহ জনজাতিৰ জয়লাল মণ্ডল আৰু সুমিত্ৰ ভগতৰ …

ঢেকীয়াজুলিৰত সোপাধৰাৰ সন্দেহত মানসিক বিকাৰগ্ৰস্ত মহিলাক লাইতপোষ্টত বান্ধি ৰাইজৰ প্ৰহাৰ

ঢেকীয়াজুলিৰত, সংবাদ ৩৬৫, ৩০ জুনঃ সোপাধৰাৰ সন্দেহত কাৰ্বি আংলঙ জিলাৰ ডকমকাত একাংশ অন্ধবিশ্বাসী লোকৰ নৃশংস আক্ৰমণৰ বলি হোৱা গুৱাহাটীৰ দুই যুৱকৰ ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত পুনৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা বলি হ’ল অন্ধ বিশ্বাসৰ। শোণিতপুৰ জিলাৰ ঠেলামৰা …

উৎকোচৰ ধন লৈ থাকোতে কাউৰবাহা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তক আটক কৰিলে দুৰ্নীতি নিবাৰক শাখাই

বাক্সা, সংবাদ ৩৬৫, ৩০ জুনঃ বাক্সা জিলাৰ কাউৰবাহা উপ-আৰক্ষী চকীত অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই শুক্ৰবাৰে নিশা কাউৰবাহা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তক আটক কৰে। কাউৰবাহা আৰক্ষী চকীৰ এটা গোচৰৰ সন্দৰ্ভত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তই …

ডেকাথল্‌ন কিপষ্টা কাপ’ ফুটবল টুৰ্ণামেণ্ট

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুনঃ সমগ্ৰ বিশ্ব ফুটবল উন্মাদনাত বুৰ যোৱাৰ মাজতে অহা ৭ আৰু ৮ জুলাইত গুৱাহাটীৰ আজাৰাত অনুষ্ঠিত হ’ব ‘ডেকাথল্‌ন কিপষ্টা কাপ’ ফুটবল টূৰ্ণামেন্ট৷ ফুটবলক অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে আৰু খেলুৱৈসকলক ফুটবলৰ এই চমু কিন্তু আকৰ্ষণীয় ফৰমেটত প্ৰতিভা …

টীয়কত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ  ওপৰেদি বাগৰিছে পানী 

টীয়ক, সংবাদ ৩৬৫, ২৯ জুনঃ যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃহস্পতিবাৰে নিশাৰ পৰা হঠাৎ বৃদ্ধি পাবলৈ ধৰা যোৰহাট জিলাৰ টীয়ক নদীৰ পানীত টীয়ক নগৰৰ বিস্তৃত অঞ্চল বানপানীৰ কবলত পৰাৰ লগতে কেইবা ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ২-৩ …

গঢ়াখহনীয়া ৰোধৰ দাবীত উত্তাল জলেশ্বৰ সমষ্টিৰ মেদৰটাৰীত উত্তাল প্ৰতিবাদ

মেদৰটাৰী, সংবাদ ৩৬৫, ২৮ জুনঃ ব্ৰহ্মপুত্ৰ নদীৰ গঢ়াখহনীয়া ৰোধৰ দাবীত বৃহস্পতিবাৰে ধুবুৰী জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত মেদৰটাৰীৰ শতাধিক ৰাইজৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰ মূর্দাবাদ, জল-সম্পদ বিভাগ মূর্দাবাদ, জলেশ্বৰ সমষ্টিৰ বিধায়ক মূর্দাবাদ, ধুবুৰীৰ …