নলবাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাৱীত বিক্ষোভ
নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ১ জুনঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকা সময়তে শুক্ৰবাৰে নলবাৰী জিলা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বাহজানী আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী হাজো পথ অৱৰোধ কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।পথ …