জাগুনত হাতী মানুহৰ সংঘাতৰ পৰিণতিত ৭০ বছৰীয়া মহিলাৰ মৃত্যু
তিনিচুকীয়া, সংবাদ ৩৬৫, ১৯ মাৰ্চ: তিনিচুকীয়া জিলাৰ জাগুনৰ আহোম পথাৰ গাৱঁত দেওবাৰে নিশা প্ৰায় ৯ মান বজাত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে মৃত্যুক আঁকোৱালি লব লগা হয় ৰূপা চেতিয়া নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধাই। ঘটনাৰ বিবৰণী মতে কথা বনাঞ্চলৰ পৰা খাদ্যৰ …