হোলী গীতৰ মূৰ্ছনাত মুখৰিত হল অভয়াপুৰী
অভয়াপুৰীৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰীঃ ফাগুনৰ উৎসৱ হোলীৰ প্ৰাকক্ষণত দেওবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী দৌল মন্দিৰত অনুষ্ঠিত হয় অসমীয়া হোলী গীতৰ এক এদিনীয়া বিশেষ কৰ্মশালা। হোলী গীতৰ এই কৰ্মশালাত বঙাইগাঁও জিলাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া জয়ন্ত দাস আৰু …