লখৌপাহাৰত দুটাকৈ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ
নুমলীগড়, ৬ ডিচেম্বৰ: গোলাঘাট আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী ৰাংচালিৰ লখৌপাহাৰৰ ঘন জংঘলৰ মাজত দুটাকৈ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হয়৷ জানিবপৰা মতে, স্থানীয় লোকে পুৱা লখৌপাহাৰত এজনী প্ৰাপ্তঃবয়স্ক হাতীৰ লগতে এটা প্ৰায় ছমহীয়া পোৱালিৰ মৃতদেহ প্ৰত্যক্ষ কৰি ৰাংচালি খণ্ড বন বিভাগত খবৰ …