নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছত যাত্ৰীক নিচাসক্ত দ্ৰব্য খুৱাই লুট
ৰঙিয়া, ১৮ অক্টোবৰঃ নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছত যাত্ৰীক নিচাসক্ত দ্ৰব্য খুৱাই দুৰ্বৃত্তই লুটপাত চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, লামডিং আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছৰ যাত্ৰী পবিত্র ৰায়ক দুৰ্বৃত্তই নিচাসক্ত দ্ৰব্য খুৱাই নগদ ধন, লেপটপ, মোবাইলকে ধৰি সকলো সামগ্ৰী লুট …