চিকিৎসালয়ত তলাঃ বাৰাণ্ডাত সন্তান প্ৰসৱ
মানিকপুৰ, ২২ আগষ্টঃ বঙাইগাঁৱৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্চৰ মইমতালিৰ বাবে চিকিৎসালয়ৰ চৌহদত সন্তান জন্ম দিবলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, কোকিলা প্ৰথম খণ্ডৰ আজিজুল হকৰ পত্নী ইয়াতন নেচা প্ৰসৱ …